DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এন আৰ চি খচৰাত নাম নাই নেপালী সাহিত্য সভাৰ সভাপতিৰ; ঘুৰাই দিব সাহিত্য অকাডেমী বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2019 11:40 am
এন আৰ চি খচৰাত নাম নাই নেপালী সাহিত্য সভাৰ সভাপতিৰ; ঘুৰাই দিব সাহিত্য অকাডেমী বঁটা

প্ৰতিনিধিত্বমূলক ছবি

6.9k
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ খচৰা তালিকাত নাম অহা নাই অসম নেপালী সাহিত্য সভাৰ সভাপতি তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক দুৰ্গাপ্ৰসাদ খাতিওড়াৰ।

যদিহে ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত তালিকাত তেওঁৰ নাম অন্তৰ্ভূক্ত নহয় তেতিয়া সাহিত্য অকাডেমী বঁটা ঘুৰাই দিব বুলি বুধবাৰে সংবাদ মাধ্যমৰ আগত খাতিওড়াই প্ৰকাশ কৰিছে।

কালি সংবাদ মাধ্যমক তেওঁ জনোৱা মতে শেহতীয়াভাৱে এন আৰ চি কৰ্তৃপক্ষই বাদ পৰা লোকৰ নাম সন্নিবিষ্ট কৰি যি অতিৰিক্ত খচৰা প্ৰকাশ কৰিছিল তাত তেওঁ নাম উল্লেখ আছে।

উল্লেখযোগ্য যে নেপালী সাহিত্য সভাৰ সভাপতি খাতিওড়াৰ নামত ১৯৯৮ চনত সীমান্ত আৰক্ষীয়ে ‘ডি’ ভোটাৰৰ জাননী জাৰি কৰিছিল। অৱশ্যে পিছত বিষয়টোক লৈ শুনানিৰ অন্তত বিদেশী ন্যায়াধিকৰণে তেওঁৰ সপক্ষে ৰায় দিয়াত এন আৰ চি কৰ্তৃপক্ষই তেওঁৰ নাম সম্পূৰ্ণ খচৰাত সন্নিৱিষ্ট কৰিছিল।

কিন্তু ইয়াৰ পিছতো শেহতীয়াভাৱে প্ৰকাশ পোৱা বাদ পৰা লোকৰ অতিৰিক্ত খচৰাত তেওঁ নাম অন্তৰ্ভুক্ত হৈ থকাত ক্ষুণ্ণ হৈ পৰা খাতিওড়াই যদিহে চূড়ান্ত তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত নহয় তেন্তে ৩১ আগষ্টত সাহিত্য অকাডেমী বঁটা ঘুৰাই দিব বুলি কয়।

Recent News

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd