• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০২১ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা : উজ্বলিল দীপিকা-অক্ষয়

সুশান্ত সিং ৰাজপুতকো মৰণোত্তৰ সন্মান

by
February 21, 2021 7:31 pm
401
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে ভাৰত চৰকাৰৰ তথ্যসংযোগ মন্ত্ৰালয়ে আগবঢ়োৱা দাদাচাহেৱ ফালকে এৱাৰ্ডৰ বিজয়ীসকলৰ নাম ঘোষণা কৰি সন্মানসমূহ প্ৰদান কৰা হয়।

মু্ম্বাইত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে থাকে মহাৰাষ্ট্ৰৰ পৰ্যটন আৰু পৰিৱেশ মন্ত্ৰী আদিত্য ঠাকৰে।

বলিউদৰ বহুকেইজন তাৰকাৰ উপস্থিতিত ছুপাৰষ্টাৰ ধৰ্মেন্দ্ৰক তেওঁ বলিউদৰ চিনেমা উদ্যোগটোলৈ আগবঢ়োৱা বৰঙনিৰ বাবে বিশেষ সন্মান প্ৰদান কৰা হয়।

চিনেমাৰ উপৰিও টিভি চিৰিজ আৰু ৱেব চিৰিজৰো শ্ৰেষ্ঠসকলক সন্মান প্ৰদান কৰা হয়।

চিনেমাজগতৰ বিভিন্ন বিষয়ত আগবঢ়োৱা বঁটাসমূহৰ ২০২১ বৰ্ষৰ বিজয়ীসকলৰ তালিকা-

শ্ৰেষ্ঠ অভিনেত্ৰীঃ     দীপিকা পাডুকন (চপক)

শ্ৰেষ্ঠ অভিনেতাঃ     অক্ষয় কুমাৰ (লক্ষ্মী)

সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰীঃ   কিয়াৰা আদৱানী (গিল্টী)

সমালোচকৰ শ্ৰেষ্ঠ অভিনেতাঃ  সুশান্ত সিং ৰাজপুত (দিল বেচেৰা)

শ্ৰেষ্ঠ চিনেমাঃ       তানহাজী, দা আনচাং ৱাৰিয়ৰ

শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চিনেমাঃ    পেৰেছাইট

শ্ৰেষ্ঠ বহুমুখী অভিনেতাঃ     কে কে মেনন

শ্ৰেষ্ঠ পৰিচালকঃ অনুৰাগ বসু (লুডো)

শ্ৰেষ্ঠ সহযোগী অভিনেতাঃ    বিক্ৰান্ত মাচ্চে (চপক)

শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীঃ    ৰাধিকা মেনন

শ্ৰেষ্ঠ কৌতুক অভিনেতাঃ     কুণাল খেম্মু (লুটকেছ)

শ্ৰেষ্ঠ অভিনেতা (ৱেব চিৰিজ)ঃ   ববী দেউল (আশ্ৰম)

শ্ৰেষ্ঠ অভিনেত্ৰী (ৱেব চিৰিজ)ঃ    সুস্মিতা সেন (আৰ্য়া)

শ্ৰেষ্ঠ ৱেব চিৰিজঃ    স্কেম ১৯৯২

বৰ্ষশ্ৰেষ্ঠ মিউজিকেল এলবামঃ  তিতলিয়াঁ

বৰ্ষশ্ৰেষ্ঠ ফটোগ্ৰাফাৰঃ  ডাব্বু ৰত্নানী

বৰ্ষশ্ৰেষ্ঠ ষ্টাইল ডিভাঃ  দিব্যা খোছলা কুমাৰ

টেলিভিছন চিৰিজৰ শ্ৰেষ্ঠ অভিনেত্ৰীঃ  সুৰ্ভী চন্দ্ৰা

টেলিভিছন চিৰিজৰ শ্ৰেষ্ঠ অভিনেতাঃ  ধীৰাজ ধুপাৰ

বৰ্ষশ্ৰেষ্ঠ পাৰফৰ্মাৰঃ নৰা ফাটেহী

চিনেমাউদ্যোগলৈ বিশেষ বৰঙণিঃ ধৰ্মেন্দ্ৰ

ভাৰতীয় চিনেমা সাহিত্যলৈ বিশেষ বৰঙণিঃ  চেতন ভগত

 

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd