• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২১ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা : উজ্বলিল দীপিকা-অক্ষয়

সুশান্ত সিং ৰাজপুতকো মৰণোত্তৰ সন্মান

by
February 21, 2021 7:31 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে ভাৰত চৰকাৰৰ তথ্যসংযোগ মন্ত্ৰালয়ে আগবঢ়োৱা দাদাচাহেৱ ফালকে এৱাৰ্ডৰ বিজয়ীসকলৰ নাম ঘোষণা কৰি সন্মানসমূহ প্ৰদান কৰা হয়।

মু্ম্বাইত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে থাকে মহাৰাষ্ট্ৰৰ পৰ্যটন আৰু পৰিৱেশ মন্ত্ৰী আদিত্য ঠাকৰে।

Apply Now

বলিউদৰ বহুকেইজন তাৰকাৰ উপস্থিতিত ছুপাৰষ্টাৰ ধৰ্মেন্দ্ৰক তেওঁ বলিউদৰ চিনেমা উদ্যোগটোলৈ আগবঢ়োৱা বৰঙনিৰ বাবে বিশেষ সন্মান প্ৰদান কৰা হয়।

চিনেমাৰ উপৰিও টিভি চিৰিজ আৰু ৱেব চিৰিজৰো শ্ৰেষ্ঠসকলক সন্মান প্ৰদান কৰা হয়।

চিনেমাজগতৰ বিভিন্ন বিষয়ত আগবঢ়োৱা বঁটাসমূহৰ ২০২১ বৰ্ষৰ বিজয়ীসকলৰ তালিকা-

শ্ৰেষ্ঠ অভিনেত্ৰীঃ     দীপিকা পাডুকন (চপক)

শ্ৰেষ্ঠ অভিনেতাঃ     অক্ষয় কুমাৰ (লক্ষ্মী)

সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰীঃ   কিয়াৰা আদৱানী (গিল্টী)

সমালোচকৰ শ্ৰেষ্ঠ অভিনেতাঃ  সুশান্ত সিং ৰাজপুত (দিল বেচেৰা)

শ্ৰেষ্ঠ চিনেমাঃ       তানহাজী, দা আনচাং ৱাৰিয়ৰ

শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চিনেমাঃ    পেৰেছাইট

শ্ৰেষ্ঠ বহুমুখী অভিনেতাঃ     কে কে মেনন

শ্ৰেষ্ঠ পৰিচালকঃ অনুৰাগ বসু (লুডো)

শ্ৰেষ্ঠ সহযোগী অভিনেতাঃ    বিক্ৰান্ত মাচ্চে (চপক)

শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীঃ    ৰাধিকা মেনন

শ্ৰেষ্ঠ কৌতুক অভিনেতাঃ     কুণাল খেম্মু (লুটকেছ)

শ্ৰেষ্ঠ অভিনেতা (ৱেব চিৰিজ)ঃ   ববী দেউল (আশ্ৰম)

শ্ৰেষ্ঠ অভিনেত্ৰী (ৱেব চিৰিজ)ঃ    সুস্মিতা সেন (আৰ্য়া)

শ্ৰেষ্ঠ ৱেব চিৰিজঃ    স্কেম ১৯৯২

বৰ্ষশ্ৰেষ্ঠ মিউজিকেল এলবামঃ  তিতলিয়াঁ

বৰ্ষশ্ৰেষ্ঠ ফটোগ্ৰাফাৰঃ  ডাব্বু ৰত্নানী

বৰ্ষশ্ৰেষ্ঠ ষ্টাইল ডিভাঃ  দিব্যা খোছলা কুমাৰ

টেলিভিছন চিৰিজৰ শ্ৰেষ্ঠ অভিনেত্ৰীঃ  সুৰ্ভী চন্দ্ৰা

টেলিভিছন চিৰিজৰ শ্ৰেষ্ঠ অভিনেতাঃ  ধীৰাজ ধুপাৰ

বৰ্ষশ্ৰেষ্ঠ পাৰফৰ্মাৰঃ নৰা ফাটেহী

চিনেমাউদ্যোগলৈ বিশেষ বৰঙণিঃ ধৰ্মেন্দ্ৰ

ভাৰতীয় চিনেমা সাহিত্যলৈ বিশেষ বৰঙণিঃ  চেতন ভগত

 

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd