• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৰণিগুদামত দোভাগ নিশা পৰ্যন্ত উৎসৱমুখৰ পৰিবেশ : নৃত্যাঞ্জলী নৃত্য কৰ্মশালাৰ সামৰণি

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
July 25, 2019 5:25 pm
IMG-20190723-WA0045

ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত বিগত কেইবাদিনো নিশা পৰ্য্যন্ত সৃষ্টি হ’য় এক উৎসৱমুখৰ পৰিবেশৰ। মঙলবাৰে নিশা পুৰণিগুদামৰ ভবেন্দ্ৰনাথ শইকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত সমবেত প্ৰায় ডেৰ সহস্ৰাধিক দৰ্শক-অভিভাৱকৰ উপস্থিতিৰে সফল পৰিসমাপ্তি হয় নৃত্যাঞ্জলী নৃত্য কৰ্মশালাৰ অন্তিম তথা চুড়ান্ত অনুষ্ঠানটো।

ছাত্ৰ-ছাত্ৰী সকলৰ চলিত গ্ৰীষ্মকালীন বন্ধৰ প্ৰতি লক্ষ্য ৰাখি পুৰণিগুদামৰ ভীমৰগাঁৱৰ স্থানীয় যুৱশিল্পী তথা নৃত্যাঞ্জলী নৃত্য কৰ্মশালাৰ পৰিচালন সঞ্চালক ইন্দ্ৰজ্যোতি দাসৰ তত্বাৱধানত যোৱা ২জুলাইৰ পৰা ২০জুলাই পৰ্য্যন্ত বৃহত্তৰ নগাঁও জিলাৰ শিশু সকলক অসমীয়া কলা-সংস্কৃতিৰ ক্ষেত্ৰখনত এখোপ আগবাঢ়াই নিয়াৰ প্ৰচেষ্টাৰে অসমীয়াৰ বাপতিসাহোন বিহু নৃত্য, ঢোল বাদন, সত্ৰীয়া আৰু আধুনিক সৃষ্টিশীল নৃত্যৰ ওপৰত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।

Apply Now

উল্লেখযোগ্য যে, কৰ্মশালা খনত বিহুনৃত্যৰ প্ৰশিক্ষক হিচাপে তেজপুৰৰ পৰা আমন্ত্ৰণ কৰি অনা হৈছিল সুদক্ষ বিহুৱতী তথা অভিনেত্ৰী মৌনিতা বৰাৰ লগতে ঢোল বাদনৰ প্ৰশিক্ষক হিচাপে আছিল শিৱসাগৰৰ বাস্তৱ শইকীয়া আৰু নগাঁৱৰ শংকৰ দাস। সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক হিচাপে আছিল নগাঁৱৰে বিনোদ ভূঞা আৰু ৰাজকুমাৰী ভূঞা।

কৰ্মশালাখনত আধুনিক সৃষ্টিশীল নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল নগাঁৱৰ ক্ৰমে মানস জ্যোতি বৰা, প্ৰাৰ্থ প্ৰতিম দাস আৰু স্মৃতিৰেখা কলিতাই। এই আটাইকেইটা বিভাগতে প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰায় অৰ্ধশতাধিক কণ-কণ শিশু, কিশোৰ-কিশোৰীয়ে মঙ্গলবাৰে আয়োজিত কৰ্মশালা খনৰ সামৰণি অনুষ্ঠানটো বৰ্ণাঢ্য কাৰ্যসূচীৰ ৰূপায়িত কৰে।

ইয়াৰ মাজতে আটাইকেইজন প্ৰশিক্ষককে উদ্যোক্তা সকলৰ তৰফৰ পৰা ৰাজহুৱাকৈ বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰশিক্ষক কেইগৰাকীৰ দ্বাৰাও সামৰণি অনুষ্ঠানটিত প্ৰদৰ্শন কৰা বিশেষ-বিশেষ নৃত্যই উপস্থিত সকলোৰে হৃদয় আপ্লুত কৰিবলৈ সক্ষম হয়।

অন্তিম অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত কৰ্মশালা খনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰা স্থানীয় মন্টু, নিপা, বনশ্ৰী, পল্লৱী, পাৰ্থ, প্ৰিয়ংকাকে আদি কৰি সমূহ সদস্য-সদস্যাকে নৃত্যাঞ্জলীৰ পৰিচালন সঞ্চালক গৰাকীয়ে কৃতজ্ঞতা স্বীকাৰ কৰা দেখা যায়।

লক্ষণীয়ভাবে নৃত্যাঞ্জলীৰ এই মাহজোৰা প্ৰচেষ্টাই উঠি অহা নৱপ্ৰজন্মৰ কণ-কণ শিশু সকলক নিজৰ জাতি, কলা-সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে বহুলভাৱে নহ’লেও কিঞ্চিত মাত্ৰ হ’লেও ধাৰণা দিবৰ বাবে সক্ষম হৈছে বুলি বিশ্বাসী উদ্যোক্তা সকলৰ লগতে অনুষ্ঠানটোত উপস্থিত থকা পুৰণিগুদামৰ গণ্য মান্য ব্যক্তি সকলে।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd