DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অঘটন! ইউৰো কাপৰ খেল চলি থকাৰ মাজতে ঢলি পৰিল ডেনমাৰ্কৰ ষ্ট্ৰাইকাৰ এৰিকছন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2021 6:57 am
Christian Erikson

খেলপথাৰত খ্ৰীষ্টিয়ান এৰিকছন।

444
VIEWS
Share on FacebookShare on Twitter

ডেনমাৰ্কৰ কোপেনহেগনত ইউৰো কাপ-২০২০ৰ তৃতীয়খন মেচ চলি থকাৰ মাজতে ঘটিল অঘটন। ডেনমাৰ্ক আৰু ফিনলেণ্ডৰ মাজৰ খেলখনত প্ৰথমাৰ্দ্ধৰ খেল চলি থকাৰ সময়তে হঠাৎ খেলপথাৰতে ঢলি পৰিল ডেনমাৰ্কৰ ষ্ট্ৰাইকাৰ খ্ৰীষ্টিয়ান এৰিকছন।

১৯৯২চনৰ ইউৰো চেম্পিয়ন ডেনমাৰ্কে এৰিকছনৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ফলতেই যোগ্যতা নিৰ্ণয়কাৰী পৰ্যায় অতিক্ৰম কৰিছিল।

শনিবাৰে ফিনলেণ্ডৰ বিৰুদ্ধে ডেনমাৰ্কৰ গ্ৰুপ-বি’ৰ প্ৰথমখন মেচৰ ৪০ মিনিট পাৰ হোৱাৰ পাছতে ঘটিল অঘটনটো। দৌৰি গৈ ফিনলেণ্ডৰ ব্ক্সৰ ভিতৰত সোমোৱাৰ পাছতে খেলপথাৰত ঢলি পৰে এৰিকছন।

এৰিকছন ঢলি পৰাৰ মুহূৰ্তত তেওঁৰ  ইপিনে সিপিনে ডেনমাৰ্ক কিম্বা ফিনলেণ্ড কোনোটো দলৰে কোনো খেলুৱৈ নাছিল।

এৰিকছন ঢলি পৰাৰ লগে লগে ৰেফাৰীকে ধৰি খেলুৱৈসকল তেওঁৰ কাষলৈ দৌৰি যায়। ততাতয়াকৈ আহি উপস্থিত হয় মেডিকেল টীম। খেলপথাৰতে তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ট্ৰেচাৰত তুলি হাস্পাতাললৈ লৈ যোৱা হয়।

এৰিকছনৰ স্বাস্থ্যৰ সৱিশেষ জানিব পৰা হোৱা নাই যদিও বৰ্তমান তেওঁৰ শাৰীৰিক কোনো বিপত্তি ঘটা নাই।

ঘটনাৰ ১৫ মিনিট পাছত মেচ কমিছনাৰ খেলপথাৰলৈ আহি সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি মেডিকেল ইমাৰ্জেন্সিৰ বাবে খেলখন স্থগিত কৰে।

খেলপথাৰৰ গেলেৰীত তেতিয়া দৰ্শকৰ মাজত তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছিল। টাচলাইনত উদ্বিগ্ন এৰিকছনৰ পত্নীৰ চকুত চকুলো নিগৰিছিল।

পাছত উৱেফাই জানিবলৈ দিয়ে যে দুয়োটা দলৰ সৈতে আলোচনা কৰি মেচখন পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পৰৱৰ্তী সময়ত খেল আৰম্ভ কৰা মেচখনত ফিনলেণ্ড ১-০গলত বিজয়ী হয়।

Recent News

African cheetahs to India

দেশত পুনৰ চিতাৰ বংশ বিস্তাৰৰ লক্ষ্য: ফেব্ৰুৱাৰীত দেশলৈ পুনৰ ১২ টা চিতা

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd