• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ ফেনে-ফোটোকাৰে বাঢ়িছে দৰিকা নৈ; সন্ত্ৰস্ত কোঁৱৰপুৰৰ সহস্ৰাধিক পৰিয়াল

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 3, 2019 8:54 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

543
VIEWS
Share on FacebookShare on Twitter

ফেনে-ফোটোকাৰে পুনৰ ওফন্দি উঠিছে দৰিকা নৈ। যোৱা কিছুদিন ধৰি নাগা পাহাৰত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ বাবে দৰিকাৰ জলস্তৰ বৃদ্ধি পাইছে।

ফলত আতংকিত হৈ পৰিছে শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ ১৫-২০খন ৰাজহ গাঁৱৰ সহস্ৰাধিক কৃষক পৰিয়াল।

উল্লেখযোগ্য যে বিগত বছৰসমূহত দৰিকা নৈৰ বাঢ়নী পানীয়ে উক্ত গাঁওসমূহত বিস্তৰ ক্ষতিসাধন কৰি আহিছে, যাৰ বাবে ৰাইজে এবাৰৰ পৰা তিনিবাৰ পৰ্যন্ত কঠীয়া ৰুব লগীয়া হয়।

ইয়াৰ আগতেও শাওনীয়া বানৰ পিছত বহুবাৰ দৰিকাৰ ভদীয়া বানে সেউজীয়া পথাৰ বুৰাই পেলোৱাৰো নজিৰ আছে। সম্প্ৰতি বাঢ়নী পানীয়ে ডিমৌমুখ, দীঘল দৰিয়লী, কপৌটিঙৰ বিস্তীৰ্ণ কৃষিভূমি বুৰাই পেলাইছে।

এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে অঞ্চলটোৰ ৰাইজে চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে বিষয়টোক গুৰুত্ব সহকাৰে লোৱা নাই।

প্ৰফুল্ল মহন্তৰ দ্বিতীয়টো কাৰ্যকালত তদানীন্তন বান মন্ত্ৰী প্ৰমোদ গগৈয়ে শিৱসাগৰৰ নগৰৰ পৰা দিখৌমুখলৈকে দৰিকা নৈৰ পাৰত মথাউৰি বনাই বান নিয়ন্ত্ৰণৰ এক প্ৰস্তাৱ আগবঢ়াইছিল যদিও পৰৱৰ্তী সময়ত কংগ্ৰেছ চৰকাৰে সেই প্ৰস্তাৱ নস্যাৎ কৰাৰ বাবে আজি পৰ্যন্ত মথাউৰিটো হৈ নুঠিল।

সেয়ে বৰ্তমানৰ সৰ্বানন্দ সোনোৱাল চৰকাৰক মথাউৰিটো নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

দৰিকা নৈৰ উপৰিও থাওৰা সমষ্টিৰ দিৰৈ নদীয়েও জাপিসজিয়া, বৰদিৰৈ, সৰল পখাৰৰ কৃষিভূমি বুৰাই পেলাইছে বুলিও কৃষি বিষয়া অৰূপ কুমাৰ বৰুৱাই জানিবলৈ দিয়ে।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd