DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৰোণাত আক্ৰান্ত হোৱাৰ পাছত মানসিক চাপ কমাবলৈ ডাৰ্ক চকলেট খাওক : কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2021 4:09 pm
277
VIEWS
Share on FacebookShare on Twitter

কৰোণা ভাইৰাচত আক্ৰান্ত হোৱাৰ পাছত মানসিক চাপ কমাবলৈ ডাৰ্ক চকলেট খাওক!

এই আজৱ পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষ বৰ্ধনে।

টুইটাৰযোগে ৯ মে’ত তেওঁ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা আগবঢ়োৱা ক’ভিড-১৯কালীন ডায়েটৰ তালিকাত কোৱা হৈছে যে মানসিক চাপ কমাবলৈ ৭০ শতাংশ ক’কযুক্ত ডাৰ্ক চকলেট খাওক কিছু পৰিমাণে।

তালিকাখনত ফলমূল, বাদাম, গাখীৰ, হালধিকে ধৰি আন কিছুমান খাদ্যও উল্লেখ আছে।

अगर आपकी #COVID19 की जांच रिपोर्ट Positive आई है तो बिल्कुल न घबराएं। डॉक्टर की सलाह से उपचार करवाएं ।

और हां, योग और प्रतिरक्षा शक्ति मजबूत बनाने वाली Diet ज़रूर लें। इससे आपको COVID19 से मुक़ाबला करने में बहुत मदद मिलेगी।@MoHFW_INDIA @PMOIndia #Unite2FightCorona pic.twitter.com/NBNTOGaopT

— Dr Harsh Vardhan (@drharshvardhan) May 9, 2021

ডাৰ্ক চকলেট খাবলৈ উপদেশ দিয়াৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীজনক সামাজিক মাধ্যমত ব্যাপক সমালোচনা কৰা দেখা গৈছে।

সমালোচকসকলে স্বাস্থ্যমন্ত্ৰীজনক প্ৰশ্ন কৰিছে যে কৰোণাৰ ক্ষেত্ৰত ডাৰ্ক চকলেটৰ এই ভূমিকাৰ কিবা প্ৰত্যক্ষ প্ৰমাণ আছেনে?

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীজনে কৰোণাৰ চিকিৎসাৰ বাবে পতঞ্জলিৰ কৰোনিল টেবলেট খাবলৈ পৰামৰ্শ দি সমালোচতি হৈছিল।

Recent News

Maharashtra Political Crisis

ৰাজনৈতিক সংকটত অতিষ্ঠ: মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হোৱাৰ মন মেলি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে পত্ৰ

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

NITI Aayog

পৰমেশ্বৰণ আয়াৰক নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd