• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঙলদৈ আৰক্ষীৰ হাতত অস্ত্ৰ-শস্ত্ৰসহ ২জন চোৰাং চিকাৰী আটক

NE NOW NEWS ময়ূখ গোস্বামী
মঙলদৈ , September 26, 2018 5:06 pm

2 min read

IMG-20180926-WA0008
264
VIEWS
Share on FacebookShare on Twitter

মঙলদৈ আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে এটা সফল অভিযানত দুজন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। বুধবাৰে মাজনিশা মঙলদৈ আৰক্ষীৰ এটা গোটে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি অস্ত্ৰ-শস্ত্ৰৰ সৈতে চোৰাং চিকাৰীকেইজনক ধৰিবলৈ সক্ষম হয়।

ধৃত চোৰাং চিকাৰী দুজনৰ এজন দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপস্থ কাচাৰীভেটিটোপৰ মইদুল ইছলাম আৰু আনজন নগাওঁ জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিঘাট গাঁওৰ আব্দুল আলী বুলি চিনাক্ত কৰা হৈছে। চোৰাং চিকাৰী কেইজনৰ পৰা অন্যন্য বস্তুৰ লগতে এটা ৩০৩ মাৰ্ক ৪ ৰাইফল, এটা মেগাজিন, ১২ ৰাউণ্ড সজীৱ গুলী এডাল ছাইলেঞ্চাৰ পাইপ জব্দ কৰিছে।

আৰক্ষীয়ে জনাইছে যে এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা শিলবাৰী এলেকাত অস্ত্ৰ-শস্ত্ৰসহ মইদুল ইছলাম নামৰ এজন গঁড় চিকাৰীৰ উপস্থিতিৰ কথা জানিব পাৰি দলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ শৰ্মা আৰু সহকাৰী আৰক্ষী অধীক্ষক (প্ৰবেশ্যনাৰী) পি ৰাজখোৱা, এছ আই জে দৈমাৰী আৰু আৰক্ষীৰ লোকে শিলবাৰীত এঠা তালাচী অভিযান চলায় আৰু ২নং কাচাৰীভেটীটোপৰ আব্দুল কাছেমৰ পুত্ৰ মফিজুল ইছলামক আটক কৰে।

অভিযুক্তজনে দেখুৱাই দিয়া অনুসৰি এখন ধাননি পথাৰৰ পৰা এটা ৩০৩ মাৰ্ক ৪ ৰাইফল, এটা মেগাজিন, এডাল ছাইলেঞ্চাৰ পাইপ আৰু ১২টা বিডিআৰ গুলী জব্দ কৰে।

জেৰাৰ সময়ত অভিযুক্তজনে নগাঁৱৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিঘাট গাঁৱৰ শ্বেইখ চান্দৰ পুত্ৰ  আব্দুল আলী জড়িত থকাৰ কথাও উল্লেখ কৰে। তাৰ পাছত জুৰীয়া আৰক্ষীৰ সহযোগত দৰং আৰক্ষীয়ে অভিযুক্ত আব্দুল আলীক আটক কৰে। বৰ্তমান আৰক্ষঙীয়ে অভিযুক্ত কেইজনক জেৰা কৰি আছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd