• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৰং জিলা পৰিবহন বিভাগৰ এটা দিনত অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
April 12, 2019 2:20 pm
Mangaldai-dto-ficial-1140x570

দৰং জিলা পৰিবহন বিভাগৰ কাৰ্য্যালয়।

343
VIEWS
Share on FacebookShare on Twitter

দৰং জিলা পৰিবহন বিভাগৰ বাবে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত নতুন বিত্তীয় বৰ্ষটো শুভ হিচাপে পৰিগণিত হৈছে।

যদিও ৰাজহ সংগ্ৰহৰ  ক্ষেত্ৰত সীমিত সংখ্যক যান-বাহনেৰে আপেক্ষিক ভাবে ৰাজহ সংগ্ৰহৰ উৎস কম দৰং জিলাখনত তথাপি জিলাখনৰ পৰিবহন বিভাগে এপ্ৰিলৰ ১০ তাৰিখে মাত্ৰ এদিনতে ১০,৬২,৯২৪.০০ টকা ৰাজহ হিচাপে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত  বিভাগটোৱে ২০১৯-২০ নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ মাত্ৰ ১০ টা দিনতে ৫৫,৩০,৯৮৮ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

আনহাতে, বিগত বিত্তীয় বৰ্ষৰ শেষৰ মাহটোত বিভাগটোৱে এম ভি কৰ, ফিজ, জৰিমনাকে সামৰি মুঠ ১,২৯,৪৯,৫৩৮ টকাৰ ৰাজহ সংগ্ৰহ কৰিছিল। ২০১৮-১৯ বিত্তীয় বৰ্ষত দৰং জিলা পৰিবহন বিভাগে অভিলেখ সংখ্যক ১২,৮৬,৬৩,১২৮ টকা ৰাজহ সংগ্ৰহ কৰিছিল।

নৰ্থ-ইষ্ট নাওৰ আগত বৃহস্পতিবাৰে জিলাখনৰ পৰিবহন বিষয়া সঞ্জীৱ কৃষ্ণাই বিভাগটোৰ মটৰ পৰিদৰ্শক, এনফ’ৰ্চমেণ্ট বিভাগৰ বিষয়া কৰ্মচাৰী আদিৰ  মাজত সুন্দৰ বুজাবুজি আৰু একতাৰে কৰা কামৰ বাবে ৰাজহ সংগ্ৰহ বৃদ্ধি পোৱা বুলি উল্লেখ কৰে।

‘‘মই মাথো দলটোক নিৰ্দেশনাহে দি থাকো, সকলো সম্ভৱ হৈছে মোৰ বিভাগটোৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ একান্ত কষ্ট, সততা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত। আমি ৰাজহ সংগ্ৰহৰ কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাছিলো’’  কৃষ্ণাই আমাৰ সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে।

Recent News

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd