• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডাউড ইব্ৰাহিমৰ ঘনিষ্ঠ ইকবাল মিৰ্চিৰ ২২.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে ইডি-এ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2020 3:34 pm
index
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় নিৰাপত্তা সংস্থাৰ মূৰৰ কামোৰণি কুখ্যাত ডন ডাউড ইব্ৰাহিমৰ এজন অতি ঘনিষ্ঠৰ ২২.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে এনফৰ্ছমেন্ট ডাইয়েক্টৰৰ বিষয়াই।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি ভাৰতীয় তদন্তকাৰী আৰু চোৰাংচোৱা সংস্থাসমূহে ডাউড ইব্ৰাহিমৰ লগতে তেওঁৰ সতীৰ্থসকলৰ সন্ধান উলিয়াবলৈ অহোপুৰুষাৰ্থ কৰিলে আহিলেও ডাউডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Apply Now

অৱশ্যে ইয়াৰ মাজতে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে ডাউডৰ অতি ঘনিষ্ঠ চোটা ৰাজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চোটা ৰাজনক গ্ৰেপ্তাৰ কৰাৰ পিছত বিশ্বৰ বিভিন্ন ঠাইত থকা ডাউডৰ সাম্ৰাজ্যত ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে জাল পেলাবলৈ আৰম্ভ কৰে।

এই অভিযানৰ ফলস্বৰূপে কুখ্যাত ডন ডাউডৰ একালৰ ঘনিষ্ঠ সহযোগী প্ৰয়াত ইকবাল মিৰ্চিৰ ২২.৪২ কোটি টকাৰ সম্পত্তি ইডি-এ বাজেয়াপ্ত কৰিছে।

Photos of properties attached by ED, including one hotel in Mumbai and two bungalows, 3.5 acre land in Panchgani belonging to kins of gangster Iqbal Mirchi https://t.co/rJbx7Vz1Ia pic.twitter.com/ElBQeHIol5

— ANI (@ANI) October 20, 2020

ইডি-ৰ সূত্ৰৰ খবৰ মতে সোমবাৰে মাহাৰাষ্ট্ৰৰ বিভিন্ন স্থানত ইডি-এ তালাচী চলায় ডাউডৰ সহযোগী প্ৰয়াত ইকবাল মিৰ্চি আৰু তেওঁৰ পত্নীৰ ৭ টা বেংক একাউন্ট আৰু ২২.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে।

বাজেয়াপ্ত কৰা সম্পত্তিৰ ভিতৰত মুম্বাইৰ এখন হোটেল, দুটা আট্টালিকা আৰু পঞ্চগণি অঞ্চলত থকা চাৰেতিনি একৰ মাটিও আছে।

ইডি-এ ইকবাল মিৰ্চিৰ এই সমগ্ৰ সম্পত্তিসমূহ প্ৰিভেশ্যন অৱ মাণি লণ্ডাৰিং এক্ট, ২০০২ৰ ৫ নং ধাৰাৰ অধীনত বাজেয়াপ্ত কৰিছে বুলি জানিব পৰা গৈছে।

২০১৯ চনৰ এটা গোচৰৰ তদন্ত আৰম্ভ কৰি ইডি-এ দাবী কৰিছিল যে অপৰাধ জগতৰ পৰা আহৰণ কৰা ধনেৰে ইকবাল মিৰ্চিয়ে মুম্বাইত ৰিয়েল ষ্টেটৰ ব্যৱসায় আৰম্ভ কৰে।

আনকি ইকবালে অপৰাধ জগতৰ পৰা আহৰণ কৰা ধনেৰে কেবাটাও কোম্পানী প্ৰতিষ্ঠা কৰি অন্যান্য ব্যৱসায়ো আৰম্ভ কৰে। আনহাতে আৰ্থিক কেলেংকাৰিত লিপ্ত থকা এটা প্ৰতিষ্ঠান ডিএইচএফএলৰ দুই কৰ্ণধাৰ কপিল আৰু ধীৰাজ উৱাধানেও ইকবালক এই কামত সহযোগ কৰাৰ তথ্য লাভ কৰিছে ইডি-এ।

উল্লেখ্য যে যোৱা এবছৰত ইডি-এ ইকবালৰ ডুবাইৰ ১৪ টা ব্যৱসায়িক আট্টালিকা আৰু এখন হোটেলসহ প্ৰায় ৮০০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd