DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফাঁচি বজাৰত দিন ডকাইতি, লুট কৰি নিলে বেংকৰ ৪০ লাখ টকা

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 27, 2019 8:43 pm
Robbery Fancy Bazaar
3.2k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ অতি ব্যস্ত ফাঁচি বজাৰত আজি দিন দুপৰতে এটা ডকাইতিৰ ঘটনা সংঘটিত হয়।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিত্তিত মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনোৱা মতে, আজি দুপৰীয়া দুখন পালছাৰ মটৰচাইকেলত অহা চাৰিজন দুৰ্বৃত্তই উক্ত স্থানৰ ফেডাৰেল বেংকৰ সন্মুখৰ পৰা ৪০ লাখ টকা লুট কৰি নিয়ে।

দুপৰীয়া ১১.১৫ বজাত ফেডাৰেল বেংকে ৰিজাৰ্ভ বেংকলৈ ১.২ কোটি টকা প্ৰেৰণ কৰিবলৈ ওলাইছিল। তেনে সময়তে ডকাইতৰ দলটোৱে তাৰে ৪০ লাখ টকা লুটি নিয়ে।

ডকাইতিৰ সমগ্ৰ দৃশ্য চি চি টি ভি কেমেৰাত বন্দী হৈ আছিল। ঘটনা সন্দৰ্ভত ফেডাৰেল বেংকৰে এজন কৰ্মচাৰীক সোধা-পোছাৰ বাবে আটক কৰা হৈছে।

টকা নিয়াৰ গাড়ীখনৰ ড্ৰাইভাৰ আৰু আন দুজনক আটক কৰা হৈছে, দীপক কুমাৰে জানিবলৈ দিয়ে।

 

Recent News

WhatsApp আহিছে নতুন ফিচাৰঃ হোৱাটছএপ অনলাইন হৈ থাকিলেও আনে নাপাব গম

WhatsApp আহিছে নতুন ফিচাৰঃ হোৱাটছএপ অনলাইন হৈ থাকিলেও আনে নাপাব গম

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

COVID19-1-750x375

BA.2.75 নতুন ৰূপত কোভিড! দেশৰ ১০ খন ৰাজ্যত কোভিডৰ অমিক্ৰন প্ৰজাতিৰ নতুন উপ-প্ৰজাতি চিনাক্ত

Hiren Gohain

গণতন্ত্ৰৰ জয়যাত্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd