পুনৰ গুৱাহাটীত বৃদ্ধি পাইছে চিলনী চোৰৰ তাণ্ডৱ। শনিবাৰে গুৱাহাটীৰ বেলতলাৰ পৰা দিনৰ পোহৰতে এগৰাকী মহিলাৰ বেগ কাঢ়ি নিয়ে বাইকত অহা দুই যুৱকে।
জানিব পৰা মতে মহিলাগৰাকীৰ বেগটো নগদ ধনেৰে ভৰি আছিল। লগতে এটা মোবাইল ফোনো আছিল বেগটোৰ ভিতৰত।
চিচি টিভি কেমেৰাত ধৰা পৰিল ঘটনাৰ সমগ্ৰ দৃশ্য।
A daylight snatching incident took place at Beltola in Guwahati, Assam on Saturday morning. Two bike-borne miscreants came on a bike and snatched away a bag from a woman. The bag was full of cash and a mobile phone. The whole incident was caught on CCTV camera.#dy365 pic.twitter.com/8qkmI1bWBL
— DY365 (@DY365) April 29, 2023