• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলী জিলা সমাজকল্যাণ বিষয়াৰ কাৰ্যালয় উদ্বোধন উপায়ুক্ত বিক্ৰম কৈৰীৰ

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , October 5, 2019 9:08 am

1 min read

Majuli Story

সমাজ কল্যাণ বিভাগৰ কাৰ্য্যালয় উদ্বোধন

509
VIEWS
Share on FacebookShare on Twitter

মাজুলী জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্য্যালয় শুকুৰবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মাজুলীৰ নৱ নিযুক্ত উপায়ুক্ত বিক্ৰম কৈৰীয়ে।

সদ্যহতে কাম-কাজ আগবঢ়াই নিয়াৰ বাবে গড়মূৰ থানাৰ সমীপৰ এটা ভাৰাঘৰত আৰম্ভ কৰা নতুন জিলাস্তৰীয় কাৰ্য্যালয়টোৰ শুভ উদ্বোধনী অনুষ্ঠানত জিলা সমাজ কল্যাণ বিষয়া নিৰদা দেউৰী, বিভাগটোৰ আন বিষয়া-কৰ্মচাৰীসকলৰ লগতে পোষণ অভিযান তথা প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত মাজুলীৰ বাবে নিয়োজিত সমুহ প্ৰকল্প সমন্বয়কসকল আৰু অংগনবাড়ী কৰ্মী-সহায়িকাসকল উপস্থিত থাকে।

উপায়ুক্ত গৰাকীয়ে নতুন কাৰ্য্যালয়টো মুকলি কৰি বিভাগীয় বিষয়া-কৰ্মচাৰী সকলক অভিনন্দন জ্ঞাপন কৰে।

জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্য্যালয়ৰ তত্বাৱধানত মাজুলী জিলাত সমাজ কল্যাণ বিভাগৰ সকলো আঁচনি সঠিকভাৱে ৰূপায়ন নিশ্চিত হ’ব বুলিও উপায়ুক্ত কৈৰীয়ে আশা প্ৰকাশ কৰে।

মাজুলীৰ প্ৰতিগৰাকী কণ-কণ শিশু আৰু প্ৰসুতি মাতৃ তথা গৰ্ভৱতী মহিলাৰে পৰিপুষ্টিৰ দিশটো সুনিশ্চিত কৰাত সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ তেওঁ সকলোকে নিৰ্দেশ দিয়ে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd