• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোট গণনাৰ প্ৰক্ৰিয়া সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰে শিৱসাগৰ জিলা উপায়ুক্তৰ বৈঠক

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
December 11, 2018 6:46 am
IMG-20181211-WA0000

শিৱসাগৰত ভোটগণনা সন্দৰ্ভত উপায়ুক্তৰ কাৰ্যালয়ত বৈঠক। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্যৰ লগতে অহা ১২ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলক ভোট গণনা প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি-নিৰ্দেশনাৰ বিষয়ত এখন বৈঠক সোমবাৰে অনুষ্ঠিত হয়।

জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ চুকাফা সভা কক্ষত অনুষ্ঠিত এই বৈঠকত উপায়ুক্ত পল্লৱ গোপাল ঝাই ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু প্ৰাৰ্থী সকলক ইতিপূৰ্বে জিলা খনত হৈ যোৱা ভোটদান প্ৰক্ৰিয়াত বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াই এই প্ৰক্ৰিয়াটো সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাত যি সহযোগ আগবঢ়ালে তাৰ বাবে ধন্যবাদ জনায়।

Apply Now

বৈঠকত ৰাজনৈতিক দল আৰু প্ৰাৰ্থী সকলে ভোটগণনাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া দায়িত্ব সম্পৰ্কে উপায়ুক্ত গৰাকীয়ে অৱগত কৰাৰ লগতে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে এই সম্পৰ্কত জাৰি কৰা নীতি-নিৰ্দেশনা সম্পৰ্কে আলোচনা কৰে। ভোট গণনা প্ৰক্ৰিয়া চি চি টি ভি কেমেৰা যোগে সুক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

অহা ১২ ডিচেম্বৰত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ত পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ভোটগণনা সম্পৰ্কে আৰু কাউন্টিং এজেন্টৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি-নিৰ্দেশনা সমুহৰ বিষয়ে জিলা উন্নয়ন আয়ুক্তৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত নবাব আল আজহাৰ আলিয়ে সভাত বিস্তৃতভাৱে আলোচনা কৰে।

তেওঁ লগতে উল্লেখ কৰে যে নিৰ্দলীয় প্ৰাৰ্থীও কাউন্টিং হলত উপস্থিত থাকিব পাৰিব। ১৩ খন জিলা পৰিষদৰ প্ৰতিখনৰ বিপৰীতে ১০ খন টেবুলত ভোট গণনা কৰা হ’ব আৰু প্ৰতিটো ৰাউণ্ডৰ অন্তত ফলাফল সমুহ স্থিৰ অনুভাষ যন্ত্ৰযোগে ঘোষণা কৰা হ’ব বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

সভাত নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্মই এক পাৱাৰ পইন্ট প্ৰেজেন্টেশ্যন যোগে উপস্থিত ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু প্ৰাৰ্থী সকলক ভোট গণনা প্ৰক্ৰিয়া, বৈধ অবৈধ ভোট গণনা বিচাৰ প্ৰণালী ইত্যাদি সম্পৰ্কে আভাস দিয়ে।

আনহাতে, জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে সকলোকে আইন-শৃংখল বজাই ৰাখি আৰক্ষীৰ লগত সহযোগিতা কৰি ভোট গণনা প্ৰক্ৰিয়া শান্তিপূৰ্ণ আৰু সফলতাৰে সম্পন্ন কৰিবলৈ আহ্বান জনায়। ভোট গণনা প্ৰক্ৰিয়া শান্তিপূৰ্ণ ভাৱে সম্পন্ন কৰিবলৈ আৰক্ষীয়ে তিনি খলপীয়া সুৰক্ষাৰ ব্যৱস্থা তৈয়াৰ কৰিছে বুলি প্ৰকাশ কৰে।

তেওঁ কাউন্টিং এজেন্ট সকলে লাভ কৰা বৈধ পৰিচয় পত্ৰ দেখুৱাইহে ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব বুলি জনায়। ভোট গণনা কেন্দ্ৰত খাদ্যৰ টোপেলা, পানীৰ বটল, বেগ, ফাইল, মোবাইল ইত্যাদি লৈ যাব নোৱাৰিব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

বৈঠকত অতিৰিক্ত উপায়ুক্ত বিজিত দাস, অশ্বিনী কুমাৰ দলে, মুন গগৈৰ লগতে ৰাজহ চক্ৰ বিষয়া সকল, খণ্ড উন্নয়ন বিষয়া সকলৰ লগতে বিভিন্ন নিৰ্বাচনী কোষ সমুহৰ বিষয়াসকল উপস্থিত থাকে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd