• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিখৌ নদীত মাতৃয়ে দলিয়াই দিয়া কণমানি দেৱযানীৰ মৃতদেহ উদ্ধাৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , November 16, 2019 2:40 pm

1 min read

IMG-20191116-WA0028

ফটো : নৰ্থ-ইষ্ট নাও

3.6k
VIEWS
Share on FacebookShare on Twitter

দিখৌ নদীত নিজ মাতৃয়ে দলিয়াই দিয়া কণমানি দেৱজানীৰ মৃতদেহ আজি উদ্ধাৰ কৰা হয়। এছ ডি আৰ এফ বাহিনীৰ এটা দলে উদ্ধাৰ কৰে মৃতদেহটো।

শুকুৰবাৰে সংঘটিত হোৱা এই কৰুণ ঘটনাৰ পিছৰে পৰা এছ ডি আৰ এফ বাহিনীয়ে কণমানীজনীৰ উদ্ধাৰৰ বাবে অভিযান চলাই আছিল যদিও শুকুৰবাৰে সন্ধিয়া হোৱাৰ বাবে তেওঁলোক সফল নহ’ল।

উদ্ধাৰকাৰী দলে আজি পুৱা পুনৰ অভিযান আৰম্ভ কৰাত ১১ মান বজাত ঘটনাস্থলৰ কিছু নিলগত কণমানি দেৱজানীৰ মৃতদেহ উদ্ধাৰ হয়।

উল্লেখ্য যে দৰিদ্ৰতা আৰু শাৰিৰীক অসুস্থতাৰ বাবে বৃহস্পতিবাৰে নিশা নামদাং শিল সাঁকোৰ পৰা অনুপমা দাসে নিজৰ ৭ বছৰীয়া কন্যাক বুকুত সাৱতি আত্মহত্যাৰ বাবে দিখৌ নদীত জাপ দিছিল।

কিন্তু সৌভাগ্য ক্ৰমে মাতৃ অনুপমা দাসৰ জীৱন ৰক্ষা পৰে যদিও কণমানি দেৱজানীয়ে মৃত্যুমুখত পৰে।

ইফালে এই ঘটনাৰ পিছতে মাতৃ অনুপমা দাসক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান শিৱসাগৰ আৰক্ষীৰ জিম্মাত আছে।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd