• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত নিহত সেনা জোৱান বিশ্বজিত নৰহৰ নশ্বৰ দেহ অনা হ’ল টিয়কৰ নিজ বাসগৃহলৈ

শোকাকুল পৰিবেশত সামৰিক মৰ্যদাৰে শেষ বিদায় সেনাৰ

এন ই নাও নিউজ,টিয়ক by এন ই নাও নিউজ,টিয়ক
February 16, 2022 6:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলত শ্বহীদ হোৱা সেনা জোৱান বিশ্বজিত নৰহৰ নশ্বৰ দেহ আজি অনা হল টিয়কৰ নিজ বাসগৃহলৈ।

শোকাকুল পৰিবেশত সামৰিক মৰ্যদাৰে শেষ বিদায় জনোৱা হয় সেনা জোৱানগৰাকীক।

Apply Now

১৪ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত দুৰ্ঘটনাত আন ৬ জন জোৱানৰ সৈতে মৃত্যুক আকোঁৱালি লৈছিল টীয়কৰ বিশ্বজিৎ নৰহে।মাতৃভূমিৰ সেৱাত নিয়োজিত হৈ থাকোত প্ৰাণ আহুতি দিয়া ভাৰতীয় সেনাৰ অৰুণাচল স্কোৱাডৰ লেন্সনায়ক বিশ্বজিত নৰহৰ বাসগৃহত বিৰাজ কৰে এক বুজাব নোৱাৰা পৰিবেশে।

উল্লেখ্য যে, যোৱা ১৪ ফেব্ৰুৱাৰীত অৰুণাচলত ৬ জন ভাৰতীয় সেনা জোৱানৰ সৈতে কৰ্মৰত অৱস্থাত এক পথ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছিল টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত চেনীজান ৰামপুৰ ভকত গাঁৱৰ ৩০ বছৰীয়া সেনা জোৱান বিশ্বজিত নৰহে ।

 

আজি বীৰ শ্বহীদগৰাকীৰ নশ্বৰদেহ নিজৰ জন্ম গাওঁ অনাৰ লগে লগে শোকাকুল পৰিবেশৰ সৃষ্টি হয় । আপোনজনক হেৰুৱাই বীৰ শ্বহীদগৰাকীৰ পত্নীৰ লগতে পৰিয়ালৰ লোকসকল কান্দোনত ভাঙি পৰে।পত্নীৰ হিয়া ভগা কোন্দোনে উপস্থিত প্ৰতিজন লোকৰ দুচকু সেমেকাই তোলে।

এটি ডেৰবছৰীয়া সন্তানৰ পিতৃ বিশ্বজিত নৰহে পত্নীৰ লগতে পিতৃ- মাতৃ আৰু দুজন ভাতৃ এৰি গৈছে।বীৰ শ্বহীদগৰাকীৰ নশ্বৰদেহ পুৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা সেনাৰ এখন বিশেষ বাহনেৰে লৈ আনে।

গাওঁবাসীয়ে বীৰ শ্বহীদ বিশ্বজিত নৰহ অমৰ হওঁক, বন্দে মাতৰম আদি শ্ল’গানেৰে বীৰ গৰাকীলৈ সন্মান জনায়। উল্লেখ্য যে, জিয়াকন নৰহৰ জ্যেষ্ঠ পুত্ৰ বিশ্বজিৎ নৰহ দেশ মাতৃৰ সেৱাৰ বাবে ২০১২ চনত ভাৰতীয় সেনা বাহিনীৰ অৰুণাচল স্কোৱাডত ভৰ্তি হৈছিল।

বীৰ শ্বহীদ গৰাকীলৈ সেনাবাহিনীৰ উচ্চপদস্থ বিষয়াই শেষ শ্ৰদ্ধাঞ্জলি জনোৱা লগতে সামৰিক মৰ্যাদাৰে শেষ বিদায় জনায় সেনাবাহিনীয়ে।

এন ই নাও নিউজ,টিয়ক

এন ই নাও নিউজ,টিয়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd