DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ ধনশিৰিমুখৰ পানী যুঁৱলিত কিশোৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

উত্তম শইকীয়া by উত্তম শইকীয়া
June 28, 2021 12:39 pm
deadbody recovered

ফটো: নৰ্থইষ্ট নাও।

416
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ ধনশিৰিমুখ মথাউৰিৰ কাষৰ পানী যুঁৱলিত আজি পুৱা এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হয় ৷

উদং গাৰে পানী যুঁৱলিত উপঙি থকা মৃতদেহটোৱে পুৱাতে ধনশিৰিমুখত চাঞ্চল্যৰ সৃষ্টি কৰে ৷ স্থানীয় লোকে খবৰ দিয়াৰ পাছতে বোকাখাতৰ আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় ৷

আৰক্ষীৰ উপস্থিতিত সমীপৰ যুগলআটি গাওঁৰ সাধ মুণ্ডাই মৃতদেহটো তেওঁৰে পুত্ৰ অবিনাশ মুণ্ডাৰ বুলি চিনাক্ত কৰাৰ পিছতেই  ঘটনাস্থলীত উপস্থিত হোৱা সংগীতা মুণ্ডাই মৃতদেহটো তেওঁৰ পুত্ৰ পংকজ মুণ্ডাৰ বুলি দাবী কৰে ৷

পিছত আৰক্ষীৰ তদন্তত ম়তদেহটো পংকজ মুণ্ডাৰ বুলি নিশ্চিত হয় ৷

উল্লেখ্য যে অবিনাশ মুণ্ডা আৰু কুমুদ মুণ্ডা নামৰ দুজন সমনীয়াৰ লগত শনিবাৰৰ দিনাই ঘৰৰ পৰা ওলাই আহিছিল পংকজ মুণ্ডা ৷

ধনশিৰিমুখত তেওঁলোকৰ লগ এৰি এজন অচিনাক্ত লোকৰ সৈতে পংকজ মুণ্ডা গুচি যোৱা বুলি অবিনাশ মুণ্ডা আৰু কুমুদ মুণ্ডাই অৱগত কৰে ৷

ইয়াৰ পিছতেই পংকজ মুণ্ডাৰ মৃতদেহ আজি পুৱা ধনশিৰিমুখৰ পানী যুঁৱলিত উদ্ধাৰ হয় ৷

পংকজ মুণ্ডাৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে বোকাখাত আৰক্ষীয়ে ৷

Recent News

Kabaddi Player Accuses Coach Of Rape

দেশৰ ক্ৰীড়াক্ষেত্ৰত আন এক ‘মি টু’ অভিযোগ: প্ৰশিক্ষকৰ বিৰুদ্ধে ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযোগ কাবাডী খেলুৱৈৰ

Man Kills Paralysed Father

বিচনাত প্ৰস্ৰাৱ কৰাৰ বাবেই পক্ষাঘাতগ্ৰস্ত নিজ পিতৃক হত্যা পুত্ৰৰ!

earthquake in Turkey

বিপৰ্যয়ৰ পাছত বিপৰ্যয়! পুনৰ ৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে তুৰস্ক

Rahul Gandhi

আদানীৰ বিষয়ে আলোচনা কৰিবলৈ ভয় খাইছে চৰকাৰে! সোচ্চাৰ ৰাহুল গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd