• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীত উত্তাল নেপাল, সৰৱ গণতন্ত্ৰপন্থীও; প্ৰতিবাদ দমনত নামিল সেনাবাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2025 12:48 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজতন্ত্ৰ ঘূৰাই অনাৰ দাবীত ৰাজপথলৈ ওলাই আহিছে নেপালৰ একাংশ জনসাধাৰণ। হিন্দু ৰাষ্ট্ৰ ঘূৰাই অনাৰ দাবীতো তেওঁলোক সৰৱ হৈ পৰিছে।

এই দুটা দাবীত প্ৰতিবাদত উত্তাল হৈ পৰিছে নেপাল। ৰাজধানী কাঠমাণ্ডুকে ধৰি দেশৰ বহু চহৰত জনজীৱন স্তব্ধ হৈ পৰিছে। জাৰি কৰা হৈছে কাৰ্ফিউ।

Apply Now

আইন-শৃংখলাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসনে আৰক্ষীৰ উপৰিও সেনাও মোতায়েন কৰিছে। বহু অঞ্চলত ইণ্টাৰনেট বন্ধ হৈ পৰিছে।

শুকুৰবাৰৰ প্ৰতিবাদত বহু চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ ব্যাপক ক্ষতিসাধন হয়। প্ৰতিবাদকাৰীয়ে একাধিক শ্বপিং মলত অগ্নিসংযোগ কৰে। সংবাদ মাধ্যমৰ কাৰ্যালয়তো আক্ৰমণ সংঘটিত হয়।

গণতন্ত্ৰপন্থীসকলেও বিপৰীত পথ গ্ৰহণ কৰে। ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীৰ বিৰুদ্ধে কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালে।

ৰাজপথত সমাৱেশ আৰু শোভাযাত্ৰাও উলিয়ায়। মুঠৰ ওপৰত পৰিস্থিতি উত্তেজিতপূৰ্ণ। প্ৰায় দুটা দশকৰ আগতেই নেপালৰ ৰাজতন্ত্ৰৰ অৱসান হৈছিল। দেশখন গণতান্ত্ৰিক গণৰাজ্যত পৰিণত হয়। সংবিধান সংশোধন কৰি হিন্দু ৰাজ্য নেপাল এখন ধৰ্মনিৰপেক্ষ ৰাজ্যত পৰিণত হয়। এতিয়া পুৰণি ব্যৱস্থাটো পুনৰ ঘূৰাই অনাৰ দাবী পুনৰ চৰ্চালৈ আহিছে।

এই ক্ষেত্ৰত ৰজা জ্ঞানেন্দ্ৰ সিং সক্ৰিয় হৈ পৰিছে। বহুদিনৰ পৰা তেওঁ দেশত নাছিল। চলিত মাহৰ আৰম্ভণিতে ধৰ্মীয় ভ্ৰমণ সমাপ্ত কৰি ঘৰলৈ উভতি অহাৰ পিছত তেওঁ ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক চলি থকা অপশাসনৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায়। তাৰ পাছত ৰাজপৰিয়ালৰ ঘনিষ্ঠ দল ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টি সক্ৰিয় হৈ উঠে। সেই দলটোৱে প্ৰতিবাদৰ আহ্বান জনাইছিল।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই পৰ্যায়ত তেওঁলোকৰ প্ৰথম কাৰ্যসূচীতে দেশখন উত্তাল হৈ পৰিছে। সূত্ৰসমূহে জনোৱা মতে, দৰাচলতে দুৰ্নীতি আৰু সঘনাই চৰকাৰ সলনিৰ কাৰণে নেপালৰ জনসাধাৰণ বিৰক্ত হৈ পৰিছে। গণতন্ত্ৰ ঘূৰি আহিলেও চলি থকা অস্থিৰতাৰ অন্ত পেলাব পৰা নাই।

আভ্যন্তৰীণ অস্থিৰতা আৰু দলসমূহৰ মাজত বুজাবুজিৰ অভাৱত সুস্থিৰ চৰকাৰ গঠন হোৱা নাই। দেশৰ অৰ্থনীতিও বিপৰ্যস্ত। চাকৰিৰ সন্ধানত বিদেশলৈ প্ৰব্ৰজন কৰিছে হাজাৰ হাজাৰ নেপালী যুৱক। এই পৰিস্থিতিক লৈ ক্ষুব্ধ হৈ পৰিছে তেওঁলোকৰ আত্মীয়সকল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd