DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চলিত বছৰৰ জানুৱাৰীৰ পৰাই হ’ব প্ৰযোজ্য; কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বৃদ্ধি মৰগীয়া বানচ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 25, 2023 9:17 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

177
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ (DA) আৰু ৪ শতাংশ বৃদ্ধি কৰিছে। চৰকাৰৰ অধীনত এক কোটিতকৈও অধিক কৰ্মচাৰীৰ বাবে মৰগীয়া বানচ বৃদ্ধি কৰা হৈছে। পেঞ্চনাৰসকলৰ বাবেও মহাৰ্ঘ ভাট্টা বৃদ্ধি কৰা হৈছে।

সপ্তম দৰমহা আয়োগত, এই বৃদ্ধিৰ জৰিয়তে মৰগীয়া বানচ ৩৮ শতাংশৰ পৰা ৪২ শতাংশ হৈছে। মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে কেন্দ্ৰীয় চৰকাৰে মৰগীয়া বানচ বৃদ্ধি কৰিবলৈ ১২,৮১৫ কোটি টকা ব্যয় কৰিছে।

লগতে পঢ়ক: বিজেপি বিলাস! ১০০ কোটি টকা ব্যয়েৰে মধ্য প্ৰদেশত নিৰ্মাণ কৰিব ১০ মহলীয়া দলীয় কাৰ্যালয়

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ নিম্নতম দৰমহা ১৮,০০০ টকাৰ পৰা ২৬,০০০ টকালৈ বৃদ্ধি হৈছে। এই বছৰৰ আৰম্ভণিৰ পৰা কৰ্মচাৰীসকলক বৰ্দ্ধিত মৰগীয়া বানচ দিয়া হ’ব বুলি জনোৱা হৈছে। ই প্ৰায় ৪৮ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰক লাভান্বিত কৰিব।

ইয়াৰ পূৰ্বে, ২০২২ৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ বৃদ্ধি কৰা হৈছিল। যোৱা বছৰৰ আৰম্ভণিতে প্ৰযোজ্য হৈছিল।

Recent News

wrestlers protest

প্ৰতিবাদী মল্লযুঁজাৰুৰ ওপৰত দমনমূলক আচৰণক নিন্দা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ: দ্ৰুত তদন্তৰ আহ্বান

modern names of Mahabharata

শিশুৰ নামকৰণ কৰাৰ আগতে জানি লওঁক মহাভাৰতৰ এইকেইটা আধুনিক আৰু অনন্য নাম

chanakya

লাভ নাই; এনে মহিলাই প্ৰতিমুহূৰ্ততে দিব অশান্তি: চাণক্যই কৰি গৈছে সতৰ্ক

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সুৰক্ষাৰ দিশ পৰ্যালোচনা শক্তি মন্ত্ৰী আৰ কে সিঙৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সুৰক্ষাৰ দিশ পৰ্যালোচনা শক্তি মন্ত্ৰী আৰ কে সিঙৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd