• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত শ্রমিক নেতা তথা প্ৰাক্তন মন্ত্ৰী ছত্র গোপাল কর্মকাৰৰ মৃত্যু দিৱস উদযাপন

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , August 31, 2018 6:55 pm

2 min read

Bokakhat
101
VIEWS
Share on FacebookShare on Twitter

অসম সাহিত্য সভাৰ আজীৱন সভ্য, পুৱতি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সদস্য, প্রাক্তন সম্পাদক, শ্রমিক নেতা অসম চৰকাৰৰ তিনিটা কাৰ্যকালৰ বিধায়ক তথা মন্ত্ৰী ছত্র গােপাল কর্মকাৰৰ ৩৯ সংখ্যক মৃত্যু দিৱস আজি ৩১ আগষ্টত পুৱতি সাহিত্য সভাৰ উদ্যোগত উদযাপন কৰা হয়।

এই উপলক্ষে চাহ জনজাতি সাহিত্য সভাৰ বোকাখাত শাখাৰ সম্পাদক ধনীৰাম কুৰ্মীয়ে ছত্ৰ গোপাল কৰ্মকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে সাহিত্যিক পেঞ্চনাৰ অন্নদা শইকীয়াই ৷

গোলাঘাট জিলা সাহিত্য সভাৰ  উপ সভাপতি কল্পনা চেতিয়াই উদ্বোধন কৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে জ্যেষ্ঠ সাংবাদিক তথা আপকুৰ উপদেষ্টা ভবেশ শইকীয়াই প্ৰয়াত ছত্ৰ গোপাল কৰ্মকাৰৰ জীৱনৰ ওপৰত এক বিস্তৃত আলোকপাত কৰে। তদুপৰি, বিশিষ্ট সাহিত্যিক মাখনলাল বাঢ়ৈয়েও নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কৰ্মকাৰৰ জীৱনৰ ওপৰত ভাষণ দিয়ে।

অনুষ্ঠানত চাহ জনজনজাতি সাহিত্য সভা, মিচিং সাহিত্য সভা, পুৱতি সাহিত্য সভা, বোকাখাত মহকুমা কবি সন্মিলন, চাহ মজদুৰ সংঘ, বোকাখাত লেখিকা সমাৰোহ সমিতি, গড়মূৰ শাখা লেখিকা সমাৰোহ সমিতি, বোকাখাত প্ৰেছ ক্লাৱ আদিয়ে স্মৃতি তৰ্পন কৰে। স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে পুৱতিৰ সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে।

ইয়াৰ উপৰি সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন সেন, পুতলী খাউণ্ড, গোবিন্দ দলে, তপন কৰ্মকাৰ, হিম কৰ্মকাৰ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতাই অংশগ্ৰহণ কৰা অনুষ্ঠানত ছত্ৰ গোপাল কৰ্মকাৰৰ জীৱন ভিত্তিক এখন গ্ৰন্থ উন্মোচন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক কপিলাচ তাঁতিয়ে।

Recent News

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

WhatsApp Image 2021-01-21 at 4.10.00 PM

ছেৰাম ইনষ্টিটিউটত অগ্নিকাণ্ড; কোভিশ্বিল্ডৰ সুৰক্ষাক লৈ সৃষ্টি হৈছে উদ্বিগ্নতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd