• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চুলাইমদৰ বিষক্ৰিয়াত মৃতকৰ সংখ্যা ২৫জনলৈ বৃদ্ধি; চৰম অৱহেলাৰে চিকিৎসালয়ৰ বাহিৰত মুকলি আকাশৰ তলতে পেলাই ৰাখিছে মৃতদেহ

ঘটনাৰ তদন্ত কৰিবলৈ ১জনীয়া কমিটী গঠন অসম চৰকাৰৰ, ২জন আবকাৰী বিষয়াক নিলম্বন

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
February 22, 2019 5:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাটৰ শালমৰা চাহবাগিচাত চুলাইমদৰ বিষক্ৰিয়াত আক্ৰান্ত একাংশ লোকৰ মাজৰ মৃতকৰ সংখ্যা বৃদ্ধি হৈয়ে আছে। এই পৰ্য্যন্ত চৰকাৰী হিচাপ মতে মুঠ ২৫জন লোকৰ মৃত্যু হৈছে। ১৮জন লোক গোলাঘাটৰ চহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আৰু ৭জন যোৰহাট মেডিকেল চিকিৎসা মহাবিদ্যালয়ৰ আৰু চিকিৎসালয়ত মৃত্যু হৈছে।

শালমৰা বাগিচাৰ এতিয়াও বহুকেইজন লোক চহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে, যিকেইজনৰ ভিতৰত কেইবাজনো সংকটমুক্ত অৱস্থালৈ এতিয়াও অহা নাই।

Apply Now

আনহাতে চিকিৎসায়লখনত মৃতদেহবোৰ অতি আলৈ-আথানিকৈ পেলাই ৰখা দেখা গৈছে। “মৰ্গৰ বাহিৰত মুকলি আকাশৰ তলতে চৰম অৱহেলা আৰু অনাদৰ কৰি বহুকেইজনৰ মৃতদেহ পেলাই ৰখা দৃশ্য অতি অমানৱিক আৰু হতাশাজনক”, এজন প্ৰত্যক্ষদৰ্শীয়ে কয়।

ইপিনে ঘটনাটো সন্দৰ্ভত তদন্ত কৰিবলৈ অসম চৰকাৰে এখন এজনীয়া কমিটী গঠন কৰিছে। উজনি অসমৰ আয়ুক্ত, আই এ এছ বিষয়া জুলী সোণোৱালে তদন্ত কৰিব ঘটনাটোৰ আৰু ৩০ দিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব। ৰাজ্য চৰকাৰৰ এটা সূত্ৰই এই কথা জনাইছে।

আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জনোৱা মতে, ইতিমধ্যে ২জন আবকাৰী বিষয়াক নিলম্বন কৰা হৈছে।

অতিৰিক্ত আবকাৰী আয়ুক্ত সঞ্জীৱ মেধিৰ নেতৃত্বত এটা ৪জনীয়া দল আজি ঘটনাস্থলীলৈ ৰাওনা হৈছে। দোষীৰ বিৰুদ্ধে ভিত্তিত কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি মন্ত্ৰী শুক্লবৈদ্যই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd