• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৈধ্য দিনত ৯ টি শিশুৰ মৃত্যু, বিজেপি শাসিত মধ্যপ্ৰদেশত ‘বিষাক্ত’ কফ চিৰাপ সেৱনৰ ফলত অঘটন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2025 4:50 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ১৪ দিনতে ৯ টি শিশুৰ মৃত্যু! মধ্যপ্ৰদেশত কফ চিৰাপে সাধাৰণ জনতাৰ মাজত বিয়পাইছে আতংক। জানিব পৰা মতে শিশুসকলক বিষাক্ত কাহৰ চিৰাপ খুওৱাৰ বাবে তেওঁলোকৰ বৃক্ক বিকল হৈ নিশাটোৰ ভিতৰতে মৃত্যুক সাৱটি লয়। সম্প্ৰতি সমগ্ৰ ঘটনাই কাহৰ চিৰাপ নিৰ্মাতাসকলক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

যোৱা কেইদিনমানৰ পৰা মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা আৰু ৰাজস্থানৰ ছিকাৰত একেৰাহে শিশুৰ মৃত্যু ঘটিছে। সামান্য জ্বৰৰ বাবে হঠাতে বৃক্ক বিকল হৈ কেইবাজনো শিশু মৃত্যুমুখত পৰিছিল। মুঠতে বৃহস্পতিবাৰলৈকে ছিণ্ডৱাৰাত ৯ টি শিশুৰ মৃত্যু হৈছে। ইতিমধ্যে কাহৰ চিৰাপ সন্দৰ্ভত ছিণ্ডৱাৰাত বিশেষ সতৰ্কবাণী জাৰি কৰা হৈছে। কোনো ৰুগীয়া শিশুৰ জ্বৰ হ’লে চৰকাৰী চিকিৎসালয়ত ৬ ঘণ্টা ধৰি শিশুটিক নিৰীক্ষণত ৰখা হৈছে। যদি অৱস্থাৰ অৱনতি ঘটে তেন্তে শিশুকেইটিক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ব। ব্যক্তিগত চিকিৎসকক জ্বৰত আক্ৰান্ত শিশুৰ চিকিৎসা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। উল্লেখ্য যে, ৰাজস্থান চৰকাৰে ১৯টা বেচৰ কাহৰ চিৰাপ বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

Apply Now

জানিব পৰা মতে ৰুগীয়া শিশুসকলৰ প্ৰথমে জ্বৰ, চৰ্দি আৰু কাহৰ দৰে লক্ষণ দেখা গৈছিল। ডাক্তৰৰ ওচৰলৈ নিয়াৰ সময়ত চিকিৎসকে কেইটামান সাধাৰণ ঔষধ দিয়ে। তাৰে ভিতৰত এটা আছিল এই কাহৰ চিৰাপ। সেই চিৰাপ সেৱন কৰাৰ পাছত লাহে লাহে শিশুসকল সুস্থ হৈ উঠিছিল যদিও কিছুদিন পাছত হঠাতে তেওঁলোকৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে। অভিযোগ অনুসৰি শিশুসকলৰ প্ৰস্ৰাৱ কৰা প্ৰক্ৰিয়া বন্ধ হৈ যায়। ইয়াৰ পাছত এই সংক্ৰমণ বৃক্কলৈ বিয়পি পৰে। পৰৱৰ্তী সময়ত যোৱা ১৫ দিনত ইটোৰ পিছত সিটোকৈ ৯টি শিশুৰ মৃত্যু হয়। পৰিয়ালৰ সূত্ৰ অনুসৰি মৃত আটাইকেইটা শিশুৰ বয়স পাঁচ বছৰৰ তলৰ। এই কাহৰ চিৰাপ সেৱন কৰি আৰু ১০ টি শিশু গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd