DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সঁচাই কৰোনাৰ ভেকচিন লোৱা সকলো মানুহৰে দুবছৰ ভিতৰত মৃত্যু হ’ব নেকি? প্ৰকৃত সত্যতা কি জানক

by
May 26, 2021 9:16 am
PIB
820
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছ মৃত্যু দূতৰূপে পৰিগণিত হৈছে। যোৱা প্ৰায় ডেৰটা বছৰ সমগ্ৰ বিশ্বৰ চিকিৎসা আৰু ভেষজ বিজ্ঞানীসকলে মানৱ কুলক এই মহামাৰী ভাইৰাছবিধৰ পৰা ৰক্ষা কৰাৰ গৱেষণাত ব্ৰতী হৈ আছে।

কৰোনাৰ প্ৰথমটো ঢৌত বিশ্বৰ প্ৰায়বোৰ দেশেই এই ভাইৰাছবিধক প্ৰতিৰোধ কৰিবলৈ লকডাউন বলৱৎ কৰি আৰ্থিকভাৱেও জুৰুলা হৈ পৰিছে।

এনে এক সংকটজনক পৰিস্থিতিৰ মাজতো বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসা আৰু ভেষজ বিজ্ঞানীসকলে কৰোনাৰ ভেকচিন প্ৰস্তত আৰু সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আহোপৰুষাৰ্থ কৰি আহিছে।

বিশ্ব স্বাস্থ্য সংস্থাই কোভিড১৯ ভাইৰাছৰ গৱেষণাত লাভ কৰা নিত্য নতুন তথ্যৰ ওপৰত ভিত্তি কৰি সমগ্ৰ বিশ্বৰ পৰাই এই ভাইৰাছ নিৰ্মূলৰ বাবে নতুন নতুন পদক্ষেপ গ্ৰহণ আৰু কোভিড বিধিৰ প্ৰৱৰ্তন কৰি আহিছে।

ইপিনে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত বিশ্বৰ কেবাখনো দেশৰ ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানবোৰে কৰোনাৰ ভেকচিন প্ৰস্তুত কৰি বিভিন্ন দেশত কোটি কোটি লোকক দুপালিকৈ প্ৰতিষেধক প্ৰদান কৰি আছে।

তেনে সময়তে কালি দেশত টুইটাৰৰ এটা পোষ্ট ইমেজ আকাৰত চ’ছিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত ভাইৰেল হৈ পৰে।

ইমেজটোত ন’বেল বঁটা বিজয়ী বিশ্বৰ শীৰ্ষস্থানীয় ফৰাচী ভাইৰাছ বিশেষজ্ঞ Luc Montagnierএ কৰোনাৰ ভেকচিন লোৱা বিশ্বৰ প্ৰতিগৰাকী লোকৰেই অহা দুবছৰৰ ভিতৰত মৃত্যু ঘটিব বুলি কোৱা হৈছে।

ইমেজটোত ভাইৰাছ বিশেষজ্ঞ Luc Montagnierৰ উদ্ধৃতিৰে আৰু কোৱা হৈছে যে কৰোনা ভেকচিন গ্ৰহণ কৰাসকলৰ বাবে চিকিৎসা কৰাৰ কোনো আশা আৰু সম্ভাৱনা নাই। আমি মাত্ৰ শৱদেহ সৎকাৰৰ বাবেহে প্ৰস্তুতি চলাই আছো।

এই ইমেজটো ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ দেশতে সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। ইয়াৰ পিছতে ভাইৰেল হোৱা ইমেজটোৰ সত্যতা অনুসন্ধান আৰম্ভ কৰা হয়।

প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া(PIB)ই ভাইৰেল হোৱা টুইটাৰৰ এই স্ক্ৰীণশ্বট আকাৰৰ ইমেজটোৰ ফেক চ্যেক কৰি নিশ্চিত কৰিছে যে এয়া এক ভুৱা প্ৰচাৰহে মাত্ৰ; কৰোনাৰ ভেকচিন গ্ৰহণ কৰা প্ৰতিজন লোকৰে জীৱন সম্পূৰ্ণভাৱে সুৰক্ষিত। কোনো দুষ্ট প্ৰকৃতিৰ লোকে আতংকৰ সৃষ্টিৰ মানসেৰে এই ধৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰিছে।

“কোভিড-১৯ ভেকচিনৰ ওপৰত এজন ফৰাচী ন’বেল বঁটা বিজয়ীৰ উদ্ধৃতি দিয়া এটা ইমেজ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছে। ইমেজটোৱে কৰা দাবীটো সম্পূৰ্ণ ভুৱা। কোভিড-১৯ ভেকচিন সম্পূৰ্ণৰূপে সুৰক্ষিত। এই ইমেজটো প্ৰচাৰ কৰিব নালাগে।” ইমেজটো ভুৱা বুলি নিশ্চিত কৰি PIBএৰ অফিচিয়েল টুইটাৰত এইদৰে কোৱা হৈছে।

An image allegedly quoting a French Nobel Laureate on #COVID19 vaccines is circulating on social media

The claim in the image is #FAKE. #COVID19 Vaccine is completely safe

Do not forward this image#PIBFactCheck pic.twitter.com/DMrxY8vdMN

— PIB Fact Check (@PIBFactCheck) May 25, 2021

Tags: COVID-19

Recent News

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

COVID19-1-750x375

BA.2.75 নতুন ৰূপত কোভিড! দেশৰ ১০ খন ৰাজ্যত কোভিডৰ অমিক্ৰন প্ৰজাতিৰ নতুন উপ-প্ৰজাতি চিনাক্ত

Hiren Gohain

গণতন্ত্ৰৰ জয়যাত্ৰা

গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক

গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd