• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদস্য বাছনি প্ৰক্ৰিয়াক লৈ বিতৰ্কৰ আৱৰ্তত গুৱাহাটী প্ৰেছ ক্লাব!

নৰ্থইষ্ট নাও, অসমীয়া by নৰ্থইষ্ট নাও, অসমীয়া
October 18, 2025 11:59 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদস্যপদ দিয়াক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে গুৱাহাটী প্ৰেছ ক্লাব৷ সদস্য তালিকাৰ পৰা কেইবাগৰাকীও কৰ্মৰত সাংবাদিকক আঁতৰাই দিয়াৰ অভিযোগৰ পাছতে গুৱাহাটী প্ৰেছ ক্লাৱৰ সদস্য বাছনি প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে।

নাম প্ৰকাশ নকৰাকৈয়ে বহুকেইজন সাংবাদিকে দাবী কৰিছে যে কোনো বৈধ কাৰণ উল্লেখ নকৰাকৈয়ে ডিজিটেল সংবাদ মাধ্যমৰ লগত জড়িত সাংবাদিক-সংবাদকৰ্মীৰ এটা অংশক এই সন্মানীয় সংস্থাটোৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে।

Apply Now

নৰ্থইষ্ট নাওৰ সাংবাদিক কোকিল শইকীয়াই নিজৰ উদ্বেগ প্ৰকাশ কৰি কয় যে, “মই যোৱা পাঁচ বছৰ ধৰি সংবাদ মাধ্যমৰ সৈতে কাম কৰি আহিছো। তিনি বছৰ আগতে গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য হৈছিলো। কিন্তু সদস্যপদ নবীকৰণৰ বাবে আবেদন কৰাৰ পাছতো মোৰ আবেদন নাকচ কৰা হৈছিল।”

শইকীয়াই উল্লেখ কৰে যে ইয়াৰ অৰ্থ হ’ল তেওঁ আৰু আঁতৰোৱা আনসকলে এইবাৰৰ প্ৰেছ ক্লাবৰ নিৰ্বাচনত ভোট দিব নোৱাৰিব।

আন এটা অভিযোগ অনুসৰি প্ৰথমতে কেইবাজনো জ্যেষ্ঠ সাংবাদিকৰ নাম কোনো কাৰণ নোহোৱাকৈয়ে তালিকাৰ পৰা আঁতৰাই পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী সময়ত সাংবাদিসকলে আপত্তি দৰ্শোৱাৰ পাছত এই নামসমূহৰ কিছুমান নাম পুনৰ সন্নিৱিষ্ট কৰাৰ বিপৰীতে প্ৰথমতে কৰা নামকৰ্তনক লৈহে সন্দেহৰ সৃষ্টি হৈছে।

ইয়াৰ বিপৰীতে কিছুমান সংবাদ গোষ্ঠীৰ অতি সীমিত অভিজ্ঞতা থকা সংবাদকৰ্মীক সদস্যপদ দিয়া হৈছে বুলিও দাবী উত্থাপন হৈছে।
আনকি এজন সাংবাদিকে গুৱাহাটীৰ এটা বিশিষ্ট সংবাদ মাধ্যমৰ পৰা সংবাদসেৱাৰ সৈতে পোনপটীয়া সম্পৰ্ক নথকা লোককো সদস্যপদ দিয়াৰ অভিযোগ উত্থাপন কৰিছে৷ যাৰ ফলত সদস্য বাছনি প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা স্বচ্ছতা আৰু মাপকাঠীক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

নৰ্থইষ্ট নাও, অসমীয়া

নৰ্থইষ্ট নাও, অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd