• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ পূৰ্বে বিপিএফ এৰি বিজেপিত যোগদান বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য দেৱেন বড়োৰ

NE NOW NEWS দীপক কুমাৰ পাঠক
গুৱাহাটী , March 17, 2020 6:52 pm

1 min read

Deben Boro

দেৱন বড়ো

8.3k
VIEWS
Share on FacebookShare on Twitter

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত  বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ ২৮ নং গয়বাৰী সমষ্টিৰ পৰিষদীয় সদস্য দেৱেন বড়োৱে আজি বিপিএফ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে।

উল্লেখযোগ্য যে, দেৱেন বড়ো গয়বাৰী পৰিষদীয় সমষ্টিৰ পৰা বিগত দহ বছৰ ধৰি এম চি এল এ হিচাপে আৰু আঠ বছৰে বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে প্ৰতিনিধিত্ব কৰি আছিল।

মঙলবাৰে হঠাৎ বড়োৱে শতাধিক অনুগামী সহ বিপিএফ দল ত্যাগ কৰি বিজেপি দলত আনুষ্ঠানিকভাবে যোগদান কৰে।

তেওঁ গয়বাৰী মণ্ডল বিজেপিৰ সভাপতি হেমন্ত কুমাৰ ৰাভা সহ কেইবাজনো বিজেপি নেতাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।

বিজেপি দলত যোগদান কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত বড়োৱে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈয়ে বিজেপিত যোগদান কৰে বুলি কয়।

আনহাতে, অনাগত দিনত গেৰুৱা দলটোৰ লগত থাকি ৰাইজৰ হকে কাম কৰি যাব বুলিও দেবেন বড়োৱে লগতে কয়।

দেবেন বড়োৰ বিজেপি গমনে তামুলপুৰৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।

উল্লেখযোগ্য যে, কেইমাহমান পূৰ্বে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দেবেন বড়োৰ কাৰ্যবাহী সদস্য পদ খৰিজ কৰিছিল।

আজি দেবেন বড়োই বিজেপি দলত যোগদান কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd