• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ বিগ বছ-১৩ ত ভুমুকি মাৰিব ছাথ নিভানা ছাথিয়াত গোপীৰ চৰিত্ৰত অভিনয়েৰে জনপ্ৰিয় অসমৰ দেবলীনাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 30, 2019 5:06 pm

1 min read

Deblina Bhatacharya

দেবলীনা ভট্টাচাৰ্য্য

547
VIEWS
Share on FacebookShare on Twitter

‘ছাথ নিভানা ছাথিয়া’ ধাৰাবাহিকত গোপী এহেম মোদীৰ নাম ভুমিকাত অভিনয় কৰি সমগ্ৰ দেশত জনপ্ৰিয়তা অৰ্জন কৰা অসমৰ দেবলীনা ভট্টাচাৰ্য্যই এইবাৰ চলমান খানৰ ‘বিগ বছ-১৩’ত ভুমুকি মাৰিব।

বিগ বছৰ ১৩ সংখ্যক সংস্কণত অন্যান্য প্ৰতিযোগী সকলৰ সৈতে ইতিমধ্যে বিগ বছৰ গৃহত প্ৰৱেশ কৰিছে অসমৰ দেবলীনাই।

বিগ বছৰ গৃহত দেবলীনাৰ ভাগত পৰিছে পাকঘৰৰ দায়িত্ব। দায়িত্ব সন্দৰ্ভত চলমান খানে দেবলীনাক প্ৰশ্ন কৰাত অসমৰ যুৱতীগৰাকীয়ে তেওঁ পাকঘৰৰ দায়িত্ব ভালেই পাই বুলি মন্তব্য কৰে।

উজনি অসমৰ এটা বঙালী পৰিয়ালৰ পৰা গৈ মুম্বাইত প্ৰতিষ্ঠা লাভ কৰা দেবলীনা সৰুপৰ্দাৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক লাভ কৰা অভিনেত্ৰী।

উল্লেখযোগ্য যে, দেবলীনাই ছাথ নিভানা ছাথিয়াৰ উপৰিও, কুণ্ডলী ভাগ্য, লাল ইস্ক আদি ভালেমান ধাৰাবাহিকত অভিনয় কৰি নিজৰ প্ৰতিভাৰ পৰিছয় দাঙি ধৰিছে।

মুম্বাইৰ অভিনয় জগতত ভৰি থৈ সৰু পৰ্দাত কাম কৰিবলৈ আৰম্ভ কৰা ২৯ বৰ্ষীয় অভিনেত্ৰীগৰাকীয়ে ছাথ নিভানা ছাথিয়াত গোপীৰ চৰিত্ৰত কৰা অভিনয়ৰে ভাৰতৰ ঘৰে ঘৰে চিনাকী মুখত পৰিণত হয়।

দেবলীনাই পোন প্ৰথম বাৰৰ বাবে Dance India Dance 2 ৰ জড়িয়তে টেলিভিশ্যনৰ পৰ্দাত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd