• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঋণৰ ওপৰত নিৰ্ভৰশীল নির্বাচনমুখী বাজেট : ক’ৰ পৰা আহিব বাজেটত ধাৰ্য্য কৰা পুঁজি? – ডা° ভবেন চৌধুৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2025 4:30 pm
157
VIEWS
Share on FacebookShare on Twitter

২০২৫-২৬ ৰ বাবে বিত্তমন্ত্রী অজন্তা নেওগে উত্থাপন কৰা বাজেটখনে অসমৰ জনগণক নিজৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত কোনো সঠিক পথৰ সন্ধান দিব নোৱাৰিলে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে নাই কোনো সবল পদক্ষেপ, নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো সুদুৰপ্ৰসাৰী আঁচনিৰ উল্লেখ নাই, কৃষকৰ সমস্যা সমাধানৰ বাবে কোনো বিস্তৃত পৰিকল্পনা নাই। মুঠতে আজিৰ বাজেটখন হিতাধিকাৰী সৃষ্টি কৰা তথা নির্বাচনমুখী এখন গতানুগতিক বাজেটহে বুলি উল্লেখ কৰিছে আম আদমি পার্টীয়ে।

আজিৰ বাজেটক লৈ আপ, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভবেন চৌধুৰীয়ে বাজেটত ধাৰ্য্য কৰা ১ লাখ ৫৫ হাজাৰ ৮৯৫ কৌটি টকাৰ উৎস কি বুলি চৰকাৰক প্ৰশ্ন উত্থাপন কৰি কয় যে চৰকাৰে বাৰম্বাৰ কৈ আহিছে যে উন্নয়নৰ নামতহে ঋণ লৈছে। যদিও তথ্যই কয় যে চৰকাৰে মূলধনী ব্যয়তকৈ ৰাজ ব্যয়তহে অত্যাধিক গুৰুত্ব আৰোপ কৰিছে। চৰকাৰখনে উৎপাদনশীল কাম ব্যয় বৃদ্ধি কৰাৰ পৰিৱৰ্তে হিতাধিকাৰী সৃষ্টি আৰু ব্যয়ত অধিক গুৰুত্ব প্রদান কৰিছে। যি ৰাজ্যখনৰ অৰ্থনৈতিক ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহয় বুলি ডাঃ চৌধুৰীয়ে অভিহিত কৰে।

ডাঃ ভবেন চৌধুৰীয়ে পুনৰ কয় যে আজিৰ বাজেটে অসমৰ আৰ্থিক সংকটৰ পৰা উদ্ধাৰ কৰিব পৰাকৈ গ্রহণ কৰা কোনো দিক্‌দর্শী বাজেট নহয়। ই সম্পূৰ্ণৰূপে বাস্তৱবিমুখ, ঋণ নিৰ্ভৰশীল আৰু সাধাৰণ মানুহক মূল্যবৃদ্ধি, মুদ্রাস্ফীতি, ক্ৰম ক্ষমতা হ্রাস আদিৰ পৰা একেবাৰে সকাহ দিব নোৱাৰা বাজেট।আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে আজিৰ বাজেট সমস্যাৰে জৰ্জৰিত জনসাধাৰণৰ বাবে নিৰাশজনক আৰু দূৰদৃষ্টিহীন বাজেট বুলি উল্লেখ কৰিছে।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd