• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘JNUৰ কা বিৰোধী আন্দোলনত ISIৰ পৰা ৫ কোটি টকা লৈছিল দীপিকা পাডুকনে’ : প্ৰাক্তন ৰ’ বিষয়াৰ দাবী

জে এন ইউৰ মাচুল বৃদ্ধি বিৰোধী আন্দোনলত সময়তহে অভিনেত্ৰী গৰাকীয়ে জে এন ইউলৈ আহিছিল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2020 4:27 pm
NeNow Photo
11.1k
VIEWS
Share on FacebookShare on Twitter

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কা বিৰোধী আন্দোলনত অংশগ্ৰহণৰ বাবে বলিউদৰ অভিনেত্ৰী দীপিকা পাডুকনে এগৰাকী পাকিস্তানী এজেন্টৰ পৰা ৫ কোটি টকা লৈছিল।

এই বিস্ফোৰক অভিযোগ কৰিছে ৰ’ৰ প্ৰাক্তন বিষয়া এন কে চুদে।

বিষয়া গৰাকীয়ে বলিউদ আৰু পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আই আৰু আণ্ডাৰৱৰ্ল্ডৰ মাজত সম্পৰ্ক থকা বুলিও অভিযোগ কৰিছে।

ৰ’ৰ প্ৰাক্তন বিষয়াগৰাকীয়ে এটা ভিডিঅ’ যোগে ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(NIA)ক বলিউদ আৰু পাকিস্তানৰ সম্পৰ্কক তদন্ত কৰিবলৈ দায়িত্ব দিব লাগে বুলিও মন্তব্য কৰিছে।

আনকি তেওঁৰ মতে ভাৰত চৰকাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰে অতি সোনকালে সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে।

ভিডিঅ’টোৰ যোগে ৰ’ৰ প্ৰাক্তন বিষয়াগৰাকীয়ে বলিউদৰ অভিনেত্ৰী দীপিকা পাডুকনে পাকিস্তানী এজেন্ট এনীল মুছাৰটৰ যোগে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ পৰা ৫ কোটি টকা লোৱা বুলি অভিযোগ কৰিছে।

এন কে চুদে জনাইছে যে তদন্তৰ বাবে এনফ’ৰ্ছমেন্ট ডাইৰেক্ট(ED)ক এই সম্পৰ্কীয় তথ্যপাতি অৰ্পণ কৰিছে। প্ৰাক্তন বিষয়াগৰাকীৰ মতে EDএ ইতিমধ্যে দীপিকা পাডুকনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

ইফালে EDএ বলিউদৰ চেলিব্ৰেটিসকলৰ বিদেশত থকা সম্পত্তি চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলিও তেওঁ জনাইছে।

কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে, বলিউদৰ অভিনেত্ৰী দীপিকা পাডুকনে জে এন এউৰ মাচুল বৃদ্ধি বিৰোধী আন্দোলনৰ সময়তে জে এন এইউলৈ আহিছিল।

অভিনেত্ৰীগৰাকীয়ে জে এন ইউৰ কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা নাছিল। তেনে ক্ষেত্ৰত বলিউদৰ অভিনেত্ৰী গৰাকীয়ে কেনেকৈ আই এছ আইৰ পৰা ৫ কোটি টকা লৈছিল সেই প্ৰশ্নও উদ্ৰেক হৈছে। সেয়ে ৰ’ৰ প্ৰাক্তন বিষয়াগৰাকীৰ অভিযোগ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যই জে এন ইউৰ মাচুল বৃদ্ধি বিৰোধী আন্দোলনৰ শিক্ষাৰ্থীৰ ওপৰত কৰা শাৰীৰিক আক্ৰমণত আহত জে এন ইউ শিক্ষাৰ্থীসকলক সাক্ষাৎ কৰিছিল বলিউদৰ অভিনেত্ৰীগৰাকীয়ে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd