• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এথেন্সৰ বিমান বন্দৰত যাত্ৰীক মিঠা হাঁহিৰে সম্ভাষণ জনাই যাব দিপীকা পাডুকনে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 9, 2020 6:00 pm

1 min read

Deepika_Padukone_smile
294
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ অভিনেত্ৰী দিপীকা পাডুকনৰ হাঁহিটোৰ যেন কিবা যাদু আছে।

অভিনেত্ৰীগৰাকীয়ে হাঁহিলে দুয়োখন গালতে সৃষ্টি হয় সুন্দৰ ডিম্পলৰ।

সেই মিঠা হাঁহিটোৰেই এতিয়া এথেন্সৰ বিমান বন্দৰত যাত্ৰেীক স্বাগতম জনাব দিপীকাই।

দৰাচলতে বিমান বন্দৰটোত সোঁশৰীৰে উপস্থিত নাথাকিলেও দিপীকা পাডুকনৰ হাঁহি থকা মূৰ্তিয়ে যাত্ৰীক স্বাগতম জনাই যাব।

শেহতীয়াকৈ এথেন্স আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত স্থাপন কৰা হৈছে বিশ্বৰ বিভিন্ন ক্ষেত্ৰ কেইবাগৰাকীো স্বনাম ধন্য ব্যক্তিৰ হাঁহি থকা প্ৰতিমূৰ্তি।তাত স্থান লাভ কৰা ব্যক্তিসকলৰ ভিতৰত দিপীকা পাডুকনো এগৰাকী।

‘দ্য অথেনটিক স্মাইলছ অৱ পিপ’ল অৱ দ্য ৱৰ্ল্ড’ শীৰ্ষক উক্ত প্ৰদৰ্শনীত প্ৰদৰ্শিত দিপীকাৰ হাঁহি থকা মূৰ্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ক’লা পাথৰেৰে সজা দিপীকাৰ মূৰ্তিটোৰ তলত লিখা আছে—‘এথেন্স বিমান বন্দৰত বলীউডৰ অভিনেত্ৰীৰ হাঁহি’।

এনেদৰে বিদেশৰ বিমান বন্দৰত এগৰাকী ভাৰতীয় অভিনেত্ৰীৰ প্ৰতিমূৰ্তিয়ে স্থান লাভ কৰাত স্বাভাৱিকতে গৌৰৱবোধ কৰিছে ভাৰতবাসীৰ লগতে এথেন্সত বাস কৰা ভাৰতীয়সকলে।

সব্যসাচী মুখোপাধ্যায়ে ডিজাইন কৰা সাজ পৰিহিত দিপীকাৰ এখন ফটো চায়েই সেই মূৰ্তিটো সাজি উলিওৱা হৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd