DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুখ আৰু মানসিক হতাশগ্ৰস্ততা একে নহয় : দীপিকা পাডুকন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2020 10:11 pm
804954-deepika

পদ্মাৱত ছবিত অভিনেত্ৰী দীপিকা পাডুকন। ফটো উৎস: ইন্টাৰনেট

1.2k
VIEWS
Share on FacebookShare on Twitter

দুখ লগা আৰু মানসিক অস্থিৰতাত ভোগাটো একে নহয় বুলি মন্তব্য কৰে বৰ্তমান সময়ৰ বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে।

‘‘মানসিক অস্থিৰতাত ভোগাটো দুখ লগা অনুভৱৰ সৈতে একে নহয়,’’ টুইটাৰত দীপিকা পাডুকনে লিখে।

দীপিকাই মানসিক অস্থিৰতাত ভোগাটো একধৰণৰ মানসিক ৰোগ বুলিও লগতে কয়।

উল্লেখযোগ্য যে, অভিনেত্ৰী দীপিকা পাডুকনেও পূৰ্বে মানসিক হতাশগ্ৰস্ততাৰ স্বীকাৰ হৈছিল। চিকিৎসাৰ অন্তত অভিনেত্ৰী গৰাকী সুস্থ হৈ উঠিছিল।

কিছুদিন পূৰ্বে বলিউদৰ প্ৰতিভাৱান যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতে মানসিক হতাশগ্ৰস্ততাত ভূগী আত্মহত্যা কৰাৰ পাছতে বলিউদত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।

মাত্ৰ ৩৪ বছৰ বয়সত মৃত্যুক আকোৱালি লোৱা অভিনেতা গৰাকীয়ে বলিউদৰ আভ্যন্তৰত চলি থকা ৰাজনীতিৰ বাবেই আত্মহত্যাৰ পথ বাচি ল’বলগীয়া হৈছে বুলি বিভিন্ন মহলে মত ব্যক্ত কৰিছে।

আজি কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ সুশান্ত সিং ৰাজপুতৰ বিহাৰৰ গৃহত উপস্থিত হৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰি শোক ব্যক্ত কৰাৰ লগতে সদ্য প্ৰয়াত অভিনেতা গৰাকীয়ে আৰু বহু সফলতা লাভ কৰিবলৈ বাকী আছিল বুলি কয়।

Recent News

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd