• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সিংঘম এগেইন! প্ৰথমবাৰ পুলিচ ইউনিফৰ্মত দীপিকা; পূজাৰ বতৰতে মুকলি হ’ল ‘লেডী সিংঘম’ৰ ফাৰ্ষ্ট লুক

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2023 3:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে মহিলাৰ ‘বলিষ্ঠ ৰূপ’ৰ নতুন আভাস কঢ়িয়াই আনিলে বলীউডৰ পৰিচালক ৰোহিত শ্বেট্টীয়ে। ইতিমধ্যে অভিনেত্ৰী দীপিকা পাডুকনক তেওঁৰ ‘ক’প ইউনিভাৰ্ছ’ৰ প্ৰথম মহিলা পুলিচ হিচাপে চুক্তিবদ্ধ কৰিছিল। দেওবাৰে ‘সিংঘম এগেইন’ৰ অভিনেত্ৰীগৰাকীৰ ফাৰ্ষ্ট লুক মুকলি কৰে ৰোহিতে।

‘পাঠান’, ‘জৱান’ৰ পিছত অনুৰাগীসকলে দীপিকাৰ নতুন ছবিখনলৈ অপেক্ষা কৰি আছে। ইপিনে, পূজাৰ সময়তে অনুৰাগীক আচৰিত কৰি তুলিলে ৰোহিতে। সিংঘম এগেইনত দীপিকাৰ লুক উন্মোচন কৰি ৰোহিতে লিখিছে, “নাৰী সীতাৰ ৰূপ, দুৰ্গাৰো। আমাৰ কপ ইউনিভাৰ্ছৰ আটাইতকৈ নিৰ্দয় বিষয়াগৰাকীৰ সৈতে পৰিচয় কৰাই দিছো – শক্তি শেট্টী। মোৰ লেডী সিংঘম। দীপিকা পাডুকণ।”

Apply Now

ৰোহিত শ্বেট্টীয়ে পোষ্ট কৰিছে দুখন ছবি। য’ত দীপিকাক ইউনিফৰ্ম পিন্ধি থকা দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে প্ৰথম পোষ্টাৰখনত ৰিভলভাৰ লৈ থকা দেখা গৈছে। কপালত সাধাৰণ কটা দাগ আৰু ওঁঠত ক্ৰুৰ হাঁহি। পটভূমিত জ্বলি আছে জুই। আৰু এই ছবিখনেই নেটজগতত জুই লগাইছে।

দ্বিতীয় ছবিখনত অধিক স্পষ্ট হৈ পৰিছে দীপিকাৰ প্ৰতিটো অভিব্যক্তি। কপালত ৰিভলভাৰৰ নলীডাল গুজি চকুৰ চাৱনিৰে যেন আঘাত কৰিছে। লগতে ওঁঠত বক্ৰ হাঁহি। বাউলি চুলি, হাতত বেণ্ডেজ। দীপিকা পাডুকনেও নিজৰ ইনষ্টাগ্ৰামত এই ছবি দুখন পোষ্ট কৰে। তেওঁ লিখিছে, ‘ইনট্ৰোডিউছিং শক্তি শ্বেট্টী!’

 

View this post on Instagram

 

A post shared by Rohit Shetty (@itsrohitshetty)

দীপিকা আৰু ৰোহিত শ্বেট্টীৰ ‘মছলা মুভি’ৰ নিৰ্দিষ্ট অনুৰাগী আছে। এজন নেটিজেনে লিখিছে, “ডেট লুক”। নেটজগতৰ আন এজনে লিখিছে, “আগ আগ আগ আগ তেহেলকা ধামাকা পটাকা।”

আৰু এই পোষ্টাৰখন চাই অজয় ​​দেৱগনেও শান্ত হৈ থাকিব নোৱাৰিলে। তেওঁ লিখিছে, “ৱেলকাম টু মাই স্কোৱাড”। তেওঁ ‘স্বোয়াগ’ৰ জৰিয়তে দীপিকাক সিংঘম জগতলৈ আদৰণি জনায়।

12 years ago, we gave Indian Cinema its biggest cinematic Cop Universe. With all the love we have received over the years, the force got stronger and the Singham family got bigger. Today we come together to take our franchise ahead with Singham Again!#RohitShetty #SinghamAgain pic.twitter.com/9WYbJ8omMc

— Ajay Devgn (@ajaydevgn) September 16, 2023

ৰোহিত শ্বেট্টীৰ কেৰিয়াৰৰ অন্যতম সফল চিনেমা আছিল সিংঘম। তাৰ পিছত তেওঁ ক’প ইউনিভাৰ্ছক নিজৰ হিচাপে ডিজাইন কৰিছিল। সেই ধাৰাত তেওঁৰ এইখন পঞ্চমখন ছবি। ইয়াৰ পূৰ্বে ৰণবীৰ সিং আৰু অক্ষয় কুমাৰক চিম্বা আৰু সূৰ্যবংশী ছবিত দেখা গৈছিল।

প্ৰাথমিকভাৱে জানিব পৰা মতে, বক্স অফিচত আল্লু অৰ্জুনৰ ‘পুষ্পা ২: দ্য ৰুল’ৰ সৈতে ছবিখনৰ মুখামুখি হব পাৰে। ৰোহিত শ্বেট্টীৰ ক’প ইউনিভাৰ্ছত প্ৰথমবাৰৰ বাবে যোগদান কৰিছে এগৰাকী মহিলা পুলিচ। স্বাভাৱিকতে অনুৰাগীৰ প্ৰত্যাশাও বহুত বেছি। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd