• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়  by অভিক চক্ৰৱৰ্তী, ডিব্রুগড়
September 2, 2022 7:26 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পার্থ প্রতীম মহন্তৰ বিৰুদ্ধে অভিযোগ তুলি ছচিয়েল মিডিয়াত ‘মানহানিকৰ’ বিভিন্ন ‘আপত্তিজনক’ ভিডিঅ’ আপলোড কৰাৰ অভিযোগত জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী, তেওঁৰ স্বামী পাৰভেজ খান, তেওঁৰ মাতৃ আৰু ভগ্নীৰ বিৰুদ্ধে এক মানহানিৰ গোচৰ ৰুজু কৰা হৈছে।

বাংগালোৰৰ এটা বহুজাতিক কোম্পানীত কৰ্মৰত মহন্তই গায়িকা পাটোৱাৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে।

মহন্তই অভিযোগ কৰে যে ২০১৯ চনৰ পৰা পাটোৱাৰীয়ে সমাজত তেওঁৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ ফেচবুক, হোৱাটছএপ আৰু ইউটিউবৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মানহানিকৰ সমল থকা বিভিন্ন ভিডিঅ’ আপলোড কৰি আহিছে।

Apply Now

লগতে পঢ়ক: স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো বাঁহৰ দলঙেই যাতায়তৰ মাধ্যম; কেতিয়া হ’ব ‘সবকা সাথ সবকা বিকাশ’?

তেওঁ কয় যে পাটোৱাৰীয়ে ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা সামাজিক মাধ্যমত বাৰে বাৰে এই কাৰ্যকলাপ কৰি আহিছে।

“বাংগালোৰত হোৱা এক ডাঙৰ হাৰ্ট এটেকৰ ফলত মোৰ পত্নীৰ দুৰ্ভাগ্যজনক মৃত্যুৰ পিছত ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা কল্পনা পাটোৱাৰী আৰু তেওঁৰ পৰিয়ালে মোৰ নাবালিকা ছোৱালীজনীক (বৰ্তমান ১০ বছৰ) জোৰকৈ লগত ৰাখিছে। পৰিয়ালটোৱে মোৰ বিৰুদ্ধে যোৱা ৩ বছৰ ধৰি মোৰ নাবালিকা ছোৱালীজনীৰ ব্ৰেইনৱাছ কৰিছে যাতে তাই আদালতত ভুল ভাষ্য দিব পাৰে। মই ইতিমধ্যে দিচপুৰ আৰক্ষী থানাত কল্পনা পাটোৱাৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অপহৰণৰ এজাহাৰ দাখিল কৰিছো,” মহন্তই কয়।

লগতে পঢ়ক: পেটৰ সমস্যাৰ বাবে ধন দিবলৈ অস্বীকাৰ বীমা কোম্পানীৰ; কাৰ্যালয়ৰ বাহিৰত বমি কৰি প্ৰতিবাদ মহিলাৰ

মহন্তৰ দাবী, “কল্পনা পাটোৱাৰীৰ মাতৃ জয়মতী পাটোৱাৰীয়ে (৭০) মোক হাৰাশাস্তি কৰাৰ বাবে ২০১৯ চনৰ ছেপ্টেম্বৰত গুৱাহাটীৰ পাৰিবাৰিক আদালতত অভিভাৱকত্বৰ আবেদন দাখিল কৰিছিল। তেওঁলোকে পাৰিবাৰিক আদালতৰ আদেশ অনুসৰণ কৰা নাছিল আৰু মোক মোৰ নাবালিকা ছোৱালীজনীক লগ কৰিবলৈ অনুমতি দিয়া নাছিল। কল্পনা পাটোৱাৰীৰ পৰিয়ালৰ দ্বাৰা আদালতৰ আদেশ অনুসৰণ নকৰাটো এটা অতি গুৰুতৰ চিন্তাৰ বিষয়। কল্পনা পাটোৱাৰী আৰু তেওঁৰ পৰিয়ালৰ মূল উদ্দেশ্য হৈছে মোৰ নাবালিকা ছোৱালীজনীক মোৰ পৰা পৃথক কৰা।”

মহন্তৰ মতে তেওঁ আৰু তেওঁৰ ছোৱালীজনী কল্পনা পাটোৱাৰী আৰু তেওঁৰ স্বামী পাৰভেজ খানে ৰচনা কৰা ‘ষড়যন্ত্ৰ’ৰ বলি হৈছে।

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd