• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্রুটিপূর্ণ ইডিৰ অভিযোগনামা: দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে ইডিৰ আবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2025 3:51 pm
154
VIEWS
Share on FacebookShare on Twitter

নেশ্যনেল হেৰাল্ড গোচৰত বলবৎকাৰী সঞ্চালকালয়ৰ (ইডি) আবেদন খাৰিজ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। আদালতে স্পষ্ট কৰি দিছে যে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে তৎক্ষণাত জাননী জাৰি কৰাৰ প্ৰয়োজন নাই। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে গান্ধী পৰিয়ালৰ এই দুজন সদস্যৰ বিৰুদ্ধে ধন আত্মসাৎৰ অভিযোগ তুলি অভিযোগনামা দাখিল কৰিছিল। অভিযোগনামা দাখিলৰ পিছত ইডিয়ে অভিযুক্তসকলক তাৎক্ষণিকভাৱে জাননী প্ৰেৰণৰ বাবে আদালতত আবেদন জনাইছিল। কিন্তু আদালতে এই আবেদন খাৰিজ কৰিছে।

নেশ্যনেল হেৰাল্ডৰ সৈতে জড়িত আৰ্থিক লেনদেনৰ অভিযোগে ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। ১৯৩৮ চনত জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠা কৰা এই কাকতখনৰ ছপা সংস্কৰণ ২০০৮ চনত বন্ধ হৈছিল, যদিও ২০১৭ চনত ইয়াৰ অনলাইন সংস্কৰণ মুকলি কৰা হয়। ইংৰাজীৰ উপৰিও হিন্দীত ‘নৱজীৱন’ আৰু উৰ্দুত ‘কাৱমি আৱাজ’ নামেৰে অনলাইন সংস্কৰণ প্ৰকাশিত হৈছে। নেশ্যনেল হেৰাল্ড আৰু ‘ইয়ং ইণ্ডিয়া’ নামৰ সংগঠনৰ মাজত অবৈধ আৰ্থিক লেনদেনৰ অভিযোগৰ ভিত্তিত ইডিয়ে তদন্ত আৰম্ভ কৰিছিল। তদন্তৰ অংশ হিচাপে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীকো চমন জাৰি কৰা হৈছিল। ইডিয়ে অভিযোগ কৰিছে যে নেশ্যনেল হেৰাল্ডৰ সম্পত্তিৰ মালিকিস্বত্ব সলনিৰ জৰিয়তে অবৈধ লেনদেন সংঘটিত কৰিছে।

আদালতে জনোৱা মতে, ইডিয়ে দাখিল কৰা অভিযোগনামা ত্রুটিপূৰ্ণ  আৰু প্ৰয়োজনীয় নথি-পত্ৰ অসম্পূৰ্ণ। ন্যায়াধীশ বিশাল গগনে কয় যে অভিযুক্তসকলক তৎক্ষণাত জাননী জাৰি কৰাৰ পৰ্যাপ্ত ভিত্তি এতিয়াও নাই। ইডিয়ে সম্পূৰ্ণ নথি-পত্ৰ দাখিল কৰাৰ পিছতহে আদালতে জাননী জাৰিৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব।

ইফালে ইডিয়ে দাবী কৰিছে যে তেওঁলোকে স্বচ্ছ তথ্য আৰু প্ৰমাণ দাখিল কৰিছে, কিন্তু আদালতে অভিযোগনামাত কিছু ভুল ৰৈ যোৱা বুলি উল্লেখ কৰিছে। এই ৰায়ৰ ফলত গান্ধী পৰিয়ালে সাময়িকভাৱে সকাহ পাইছে, যদিও এই গোচৰৰ তদন্ত এতিয়াও অব্যাহত আছে।

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd