• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উৰুৱালে তেজস যুজাঁৰু বিমান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 19, 2019 2:48 pm

1 min read

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উৰুৱালে তেজস যুজাঁৰু বিমান

ফটো ৰাজনাথ সিঙৰ টুইটাৰৰ পৰা লোৱা হৈছে

901
VIEWS
Share on FacebookShare on Twitter

আজি এজন যুজাঁৰু বিমানৰ পাইলট দেখা গ’ল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক। বেংগালুৰুস্থিত HAL বিমানবন্দৰৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ভাৰতীয় বায়ু সেনাৰ তেজস যুজাঁৰু বিমান উৰুৱায়।

উল্লেখযোগ্য যে লাইট কাম্বেট এয়াৰকাফ্টৰ উৰুৱা ৰাজনাথ সিঙে হৈছে দেশৰ প্ৰথম গৰাকী প্ৰতিৰক্ষা মন্ত্ৰী।

প্ৰায় ৩০ মিনিট সময় ধৰি এয়াৰ ভাইচ মাৰ্শ্বেল এন তিৱাৰীৰ সৈতে আকাশমাৰ্গত কটায় ৰাজনাথ সিঙে ইয়াক এক ৰোমাঞ্চকৰ অভিজ্ঞতা বুলি বৰ্ণনা কৰি কয় যে তেওঁ উক্ত বিমানখন বাচি লোৱাৰ কাৰণ হৈছে এইখন স্বদেশতে নিৰ্মিত বিমান।

#WATCH Defence Minister Rajnath Singh finishes 30-minute sortie in Light Combat Aircraft (LCA) Tejas, in Bengaluru. He is the first ever Defence Minister to fly in the indigenous LCA Tejas. pic.twitter.com/VkYnv9cikd

— ANI (@ANI) September 19, 2019

‘উৰণ খুবেই আৰামদায়ক আছিল, মই শিহৰিত হৈ উঠিছিলো। এইয়া মোৰ জীৱনৰ এটা অন্যতম স্মৰণীয় মূহুৰ্ত আছিল’ বিমানৰ পৰা নামি সিঙে এইদৰে কয়।

তেওঁ আৰু কয়, ‘উৰণৰ সময়ত তিৱাৰীয়ে যেনেদৰে কৈ গৈছিল তেনেদৰেই সকলো কৰি গৈছিলো, কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিলো’।

তেজস যুজাঁৰু বিমানখন প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনত ভাৰতত নিৰ্মাণ কৰা হৈছিল। ২ টা চীটযুক্ত বিমানখনৰ ঘন্টাত ২০০০ কিঃমিঃ অতিক্ৰম কৰিব পৰা লগতে ৫০০০ ফুট উচ্চতাৰ লৈকে উৰিব পৰাৰ ক্ষমতা আছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd