• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চীন-ভাৰত সংঘাতৰ মাজতে লাডাখত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 17, 2020 10:52 am

1 min read

913870-rajnath-singh-leh
512
VIEWS
Share on FacebookShare on Twitter

পূৱ লাডাখৰ সীমান্তত এতিয়া বিৰাজ কৰিছে তীব্ৰ উত্তেজনা। এনে উত্তেজনাৰ মাজতে শুকুৰবাৰে দুদিনীয়া ভ্ৰমণ সূচী লৈ লাডাখ আৰু জম্মু-কাশ্মীৰলৈ গৈছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

এই ভ্ৰমণত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীক সংগ দিছে চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাট আৰু ভাৰতীয় সেনা বাহিনীৰ মুৰব্বী এম এম নাৰাভানেই।

পুৱাৰ ভাগত লেহত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে সীমান্তৰ টাকলাত থকা সেনা শিবিৰ পৰিদৰ্শন কৰে।

তেওঁ সেনাৰ জোৱান সকলক মনোৱল অটুট ৰাখিবলৈ কয় আৰু যি কোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ভাৰত সাজু বুলিও উল্লেখ কৰে

লাডাখ সংকটে গা কৰি উঠাৰ সময়তে জুলাইৰ প্ৰথম ভাগত ৰাজনাথ সিঙে লাডাখলৈ যোৱাৰ কথা আছিল যদিও বিশেষ কাৰণত সেই ভ্ৰমণ পিছুৱাই দিয়া হৈছিল।

তেওঁৰ সলনি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩ জুলাইত লাডাখ ভ্ৰমণ কৰিছিল।

ভাৰতৰ বৈদেশিক দপ্তৰৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে প্ৰকাশ কৰা অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে লাডাখ আৰু লেহৰ সীমান্তঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লব।

উল্লেখ্য ভাৰতৰ সৈতে চীনে লাডাখ সংকট সন্দৰ্ভত এতিয়ালৈকে চাৰি লানি আলোচনাত মিলিত হৈছে।

ইমানৰ পিছতো চীনে লাডাখৰ ৪ আৰু ৮ ফিংগাৰ পয়েন্টৰ পৰা সেনা অপসাৰণ কৰা নাই।

এনে পৰিস্থিতিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লাডাখ ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd