• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

FIFA World Cup 2022: ফৰাচী যোদ্ধাৰ আগত নতশিৰ ব্ৰিটিছ বাহিনী! ইংলেণ্ডৰ সপোন চূৰ্ণ কৰি ছেমি ফাইনেলত ফ্ৰান্স

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 11, 2022 8:16 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Defending Champion France beat England বৰ্তমানৰ চেম্পিয়ন ফ্ৰান্সে ইংলেণ্ডৰ বিৰুদ্ধে এক ৰোমাঞ্চকৰ যুঁজত জয়লাভ কৰি আন এখন বিশ্বকাপৰ ফাইনেলৰ পথত অগ্ৰসৰ হৈছে। অন্তিম চাৰিখনত ফ্ৰান্সৰ প্ৰতিদ্বন্দী হ’ব ইতিহাস সৃষ্টিকাৰী মৰক্কো।

শনিবাৰে ছেমিৰ যুঁজত ফ্ৰান্সে ১৭ মিনিটত গ’ল কৰে। তাৰ পিছত হেৰী কেনে পেনাল্টিৰ পৰা গ’ল কৰি ইংলেণ্ডক সমতালৈ ঘূৰাই আনে। ফ্ৰান্সে পুনৰ গ’ল কৰাৰ পিছত, ইংলেণ্ডে পুনৰ পেনাল্টি পায়। কিন্তু এইবাৰ কেনে ইংলেণ্ডক সমতালৈ ঘূৰাই আনিব নোৱাৰিলে। তেওঁ পেনাল্টিটো মিছ কৰিলে। ফলস্বৰূপে, ফ্ৰান্সে গিৰৌডে আগবঢ়াই দিয়া গ’লত ২-১ ৰ ব্যৱধান লাভ কৰি ছেমি ফাইনেলত উপনীত হয়।

1446724452

খেলখনৰ আৰম্ভণিৰ পৰাই ফ্ৰান্সে আক্ৰমণাত্মকভাৱে খেলিছিল। এমবাপে-গ্ৰীজমেন-গিৰৌড বাহিনীয়ে ইংলেণ্ডৰ ৰক্ষণৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল। ফ্ৰান্সৰ ছন্দবদ্ধ আক্ৰমণৰ ফলত ইংৰাজসকল অলপ ভাগি পৰিছিল। ১৭ মিনিটত ইংলিছ ডিফেন্সৰ পতন ঘটে। এক অতুলনীয় সংগঠিত আক্ৰমণত চুয়ামেনিয়ে এণ্টোইন গ্ৰীজমেনৰ পৰা বলটো ডি-বক্সৰ বাহিৰৰ পৰা শ্বট লৈ লক্ষ্যত আঘাত কৰে।

Apply Now

গ’ল খোৱাৰ পিছতে ইংৰাজ বাহিনী আক্ৰমণাত্মক হৈ পৰে। অৱশ্যে, তেওঁলোকে বিৰতিৰ আগতে কোনো গ’ল কৰিবলৈ সক্ষম নহ’ল।  বিৰতিৰ পিছত তেওঁলোকে এটা পেনাল্টি সংগ্ৰহ কৰিছিল। সোঁ ফালৰ পৰা বাৰে বাৰে ভাবুকি সৃষ্টি কৰা বুকায়ো চাকা ফাউলৰ বলি হোৱাত পেনাল্টি লাভ কৰে ইংলেণ্ডে। হেৰী কেনে শ্বটটো লোৱাৰ আগতে এমবাপে ওচৰলৈ গৈ কিবা কৈও আহিছিল। কিন্তু কেনৰ বুলেট শ্বটটো কোনোমতে ৰখাব পৰা নগ’ল।

খেলখন সমতালৈ অহাৰ পিছত ফ্ৰান্সৰ গিৰৌড, এমবাপে, গ্ৰীজমেনে বিপক্ষৰ গ’লত এটাৰ পিছত এটাকৈ আক্ৰমণ কৰে। ইংৰাজসকলে অৱশ্যে ভালদৰে প্ৰতিৰোধ কৰি আছিল। ৭৮ মিনিটত ফ্ৰান্সে গিৰৌডৰ এক দৰ্শণীয় ফিনিংছেৰে দ্বিতীয়টো গ’ল লাভ কৰে। পাঁচ মিনিট পিছত খেলখনৰ আটাইতকৈ ৰোমাঞ্চকৰ মুহূৰ্তটো আহে। গ’লটো পৰিশোধ কৰিবলৈ ব্যাকুল হৈ ইংৰাজসকলে ঐক্যবদ্ধভাৱে আক্ৰমণ চলায়। ফৰাচী ডিফেণ্ডাৰে বক্সত ফাউল কৰিলে। ৰেফাৰীয়ে প্ৰথমতে পেনাল্টি দিয়া নাছিল। ইংলিছ  প্ৰতিবাদত সেই ফাউলটো ভিএআৰত এটা পেনাল্টি হয়।

ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে পেনাল্টি স্পটৰ পৰা প্ৰথমটো ইকুইলাইজাৰ গ’ল কৰিছিল। তেওঁ দ্বিতীয়টো পেনাল্টিটোও লৈছিল। স্পট কিকত এইবাৰ তেওঁ বলটো আকাশৰ ঠিকনালৈ প্ৰেৰণ কৰি সমতালৈ উভতি অহাৰ সুযোগ নষ্ট কৰিলে। বাস্তৱিকতে তেওঁ বিশ্বকাপৰ পৰা ইংলেণ্ডৰ প্ৰস্থান নিশ্চিত কৰে। শেষত আপ্ৰাণ চেষ্টা কৰিও কোনো কামত নাহিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd