• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

গুৱাহাটীৰ ৰজ্জুপথ মুকলিত পুনৰ বিলম্ব

ভৱেশ মেধি by ভৱেশ মেধি
February 15, 2019 8:45 pm
ৰজ্জুপথ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ ৰজ্জুপথ মুকলি কৰাৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে পুনৰ সময় পিছুৱাইছে। উল্লেখযোগ্য যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংলগ্ন কৰি নিৰ্মাণ কৰা  ৰজ্জুপথটো যোৱা জানুৱাৰীত মুকলি কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু লেহেমীয়া কামৰ বাবে মহানগৰ উন্নয়ন প্ৰাধিকৰনে  ৰজ্জুপথ সময়ত মুকলি কৰিব নোৱাৰিলে।

ৰজ্জুপথৰ বহুখিনি কাম এতিয়াও বাকী থকা বাবে অহা এপ্ৰিলৰ ভিতৰতহে ৰজ্জুপথৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ এক উচ্চস্তৰীয় সূত্ৰই জনাইছে। মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ সূত্ৰটোৱে  জনায় যে ৰজ্জুপথৰ বাবে গম্বুজ চাৰিটাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। গম্বুজকেইটাক সংলগ্ন কৰি নদীৰ ওপৰৰে ৰছী টনাৰ কামো সম্পূৰ্ণ হৈছে। যাত্ৰী কঢ়িওৱা কেবিন সংযোগ কৰা আৰু আনুষংগিক কাম কিছুমান কৰিব বাকী আছে। ৰজ্জুপথটোত যাত্ৰী কঢ়িওৱাৰ বাবে দুটা কেবিন থাকিব। প্ৰতিটো কেবিনত ৩০ জনকৈ যাত্ৰী কঢ়িওৱাৰ ব্যৱস্থা কৰা হ’ব।

Apply Now

সূত্ৰটোৱে প্ৰকাশ কৰে যে দুই এদিনতে বাহিৰৰ পৰা বিশেষজ্ঞৰ দল আহিব। তেওঁলোকে ৰজ্জুপথৰ বিভিন্ন কাৰিকৰী দিশ পৰ্যবেক্ষণ কৰিব। নদীৰ মাজত বতাহৰ গতিবেগ পৰ্যবেক্ষণ কৰিব আৰু লগতে নদীখনৰ জলৰাশিৰ পৰিমাণৰ পৰ্যবেক্ষণ কৰিব। এই সকলোখিনি কাম কৰাৰ বাবে দুমাহ সময় লাগিব।

উল্লেখযোগ্য যে ২০০৯ চনতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংলগ্ন কৰি আৰম্ভ কৰা হৈছিল  ৰজ্জুপথৰ কাম। ৰাজ্য চৰকাৰৰ অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ লগতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰনৰ ভুল কামৰ পৰিণতিত ৰজ্জুপথৰ কাম কেইবাবছৰ বন্ধ হৈ পৰি আছিল। এনেদৰে ৬-৭ বছৰ ৰজ্জুপথৰ কাম বন্ধ থকাৰ পিছত ২০১৭  চনৰ পৰা ৰজ্জুপথৰ কাম পুনৰ কাম আৰম্ভ হয়। কিন্তু তাৰ পিছতো ৰজ্জুপথৰ নিৰ্মাণৰ কাম লেমেহীয়া গতিৰে আগবাঢ়ে।

কাছাৰীত থকা বনবিভাগৰ বন সংমণ্ডলৰ কাৰ্যালয়টোৰ ভূমিত ৰজ্জুপথৰ টাৰমিনেলটো স্থাপন কৰা হৈছে। পৰৱৰ্তী সময়ত এই  টাৰমিনেলটো ৰিভাৰ টেক্সী আৰু চিটীবাছ  টাৰমিনেললৈও সম্পাসাৰিত কৰা হ’ব। উল্লেখযোগ্য যে কাছাৰীত নদীৰ পাৰত নিৰ্মাণ কৰি থকা টাৰমিনেলটোৰ বাবে ভৱিষ্যতে এম জি পথত সৃষ্টি হ’ব পৰা যান-জঁট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সময়ত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে পথটোত ভয়াবহ যান-জঁট হ’ব।

মন কৰিবলগীয়া যে এতিয়ালৈকে ৰজ্জুপথত যাত্ৰা কৰিবলগীয়া যাত্ৰীৰ ভাৰা নিৰ্ধাৰণ কৰা নাই। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংলগ্ন কৰি নিৰ্মাণ কৰা ৰজ্জুপথৰ যাত্ৰীৰ বাবে অত্যধিক  ভাৰা নিৰ্ধাৰণ কৰিলে সদায় অহা যোৱা কৰা যাত্ৰীসকল লাভৱান নহ’ব। এনেক্ষেত্ৰত এই ৰজ্জুপথ ৰাইজৰ বাবে কিমান উপযোগী হ’ব সেয়া সময়ে ক’ব।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am
এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd