• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাৰ ওচৰত স্মাৰকপত্ৰ দাখিল এছকেএম পাৰ্টীৰ নাৰী মৰ্চাৰ সঁজাতী দলৰ

Sagar Chhetri সাগৰ ছেত্ৰী
গেংটক , January 22, 2019 9:34 pm

1 min read

IMG-20190122-WA0224
83
VIEWS
Share on FacebookShare on Twitter

আজি ২২ জানুৱাৰি মঙলবাৰে আবেলি ছিকিম ক্ৰান্তিকাৰী মৰ্চা পাৰ্টীৰ অন্তৰ্গত নাৰী মৰ্চাৰ এটা ৭জনীয়া সঁজাতী দলে নতুন দিল্লীত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাক সাক্ষাৎ কৰে। এই সঁজাতী দলটোৰ নেতৃত্বত আছে নাৰী মৰ্চাৰ মুখ্য আহ্বায়িকা কালা ৰাই। নেত্ৰী কালা ৰাইৰ সৈতে সঁজাতী দলটোত আছে ভীম কুমাৰী শৰ্মা, পৱিত্ৰা ভাণ্ডাৰী, ৰূপা মানগাৰ, প্ৰেৰণা দাৰ্নাল, জামিয়ং ভুটীয়া আৰু টেনি দোমা ভুটীয়া।

ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ তৰফৰ পৰা প্ৰকাশ কৰা এটা সংবাদ বিজ্ঞপ্তিত জনোৱা হৈছে যে এই সঁজাতী দলটোৱে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাৰ ওচৰত এটা ভিডিঅ’ ক্লিপসহ এখন স্মাৰকপত্ৰ দাখিল কৰিছে। এই স্মাৰকপত্ৰ আৰু ভিডিঅ’ ক্লিপটোত ছিকিমৰ মুখ্য মন্ত্ৰীগৰাকীয়ে শেহতীয়াভাৱে মহিলাসকলৰ মাহকীয়া ঋতুৰ সন্দৰ্ভত কৰা মন্তব্যৰ সাক্ষ্য আছে।

সংবাদ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে বিষয়টো সন্দৰ্ভত নাৰী মৰ্চাই ইতিমধ্যে ছিকিম আৰক্ষী আৰু ৰাজ্যিক মহিলা আয়োগক অৱগত কৰিছে।

জানিব পৰা অনুসৰি, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যাক্ষাই নাৰী মৰ্চাক আশ্বাস প্ৰদান কৰিছে যে আয়োগ এই বিষয়ত অধিক গভীৰলৈ গৈ বিষয়টো বিৱেচনা কৰিব আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ আদেশ দিব।

Recent News

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd