DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰদিন, নৱবৰ্ষৰ আনন্দত চেঁচাপানী পৰিল দিল্লীবাসীৰ, কিন্তু কিয়?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 22, 2021 6:17 pm
161
VIEWS
Share on FacebookShare on Twitter

দেশত এতিয়া কোভিডৰ নতুন প্ৰজাতি অমিক্ৰনে ত্ৰাসৰ সৃষ্টি কৰিছে।

অমিক্ৰনত এতিয়া ২১৩ গৰাকী লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

ৰাজধানী চহৰ নতুন দিল্লীতো কোভিডৰ নতুন ভাইৰাছ অমিক্ৰনে নতুন বিপদ মাতি আনিছে।

দিল্লীত অমিক্ৰকনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে দিল্লীৰ চৰকাৰে চহৰ খনত বৰদিন আৰু নৱবৰ্ষৰ সকলো অনুষ্ঠান নিষিদ্ধ কৰা হৈছে।

বৰদিন আৰু নৱবৰ্ষৰ অনুষ্ঠানত বহু সংখ্যক লোক সমৱেত হোৱাৰ ফলত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা কৰিয়েই এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

দিল্লী আৰক্ষীৰ লগতে সংশ্লিষ্ট বিভাগ সমূহে এই নিষেধাজ্ঞা কঠোৰ ভাবে মানি চলিবলৈ চহৰবাসীক আহ্বান জনাইছে।

নিষেধাজ্ঞা উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

চৰকাৰে জাৰি কৰা নিৰ্দশেনা অনুসৰি বৰদিন আৰু নৱবৰ্ষ উদযাপনৰ নামত দিল্লীত কোনো ধৰণৰ পাৰ্টী, সাংস্কৃতিক সন্ধিয়া আদি আনুষ্ঠিত কৰিব নোৱাৰিব।

উল্লেখ্য দিল্লীত আজি অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৭ গৰাকী হৈছেগৈ।

কোভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ সময়ত দিল্লীত কোভিড ৰোগীসকলে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছিল।

সেই সময়ত আনকি দিল্লীৰ চিকিৎসালয়সমূহত অক্সিজেনৰ তীব্ৰ নাটনিয়ে দেখা দিছিল। ফলত বহু ৰোগীৰ মৃত্যু ঘটিছিল।

Recent News

Salman Rushdie

নিউয়ৰ্কত চুৰিকাঘাত প্ৰখ্যাত লেখক চলমান ৰুশ্বডিক

Assam Terrorist

অসমত ধৰ্মীয় সন্ত্ৰাসবাদীৰ ঘাটি

টীয়কত বিভিন্ন কাৰ্যালয় , বিদ্যালয়ত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন

টীয়কত বিভিন্ন কাৰ্যালয় , বিদ্যালয়ত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন

সামাজিক সংকীৰ্ণতাৰ বলি অতুল শৰ্মাৰ পুতি থোৱা মৃতদেহ গাঁতৰ পৰা উলিয়াই সৎকাৰ

সামাজিক সংকীৰ্ণতাৰ বলি অতুল শৰ্মাৰ পুতি থোৱা মৃতদেহ গাঁতৰ পৰা উলিয়াই সৎকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd