• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লী বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ সন্ত্রাসবাদী সংগঠন জইছ-উল-হিন্দৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2021 3:20 pm
blast
193
VIEWS
Share on FacebookShare on Twitter

ৰাজধানী চহৰ নতুন দিল্লীৰ ইজৰাইলৰ দূতাবাসৰ সমীপত কালি সন্ধিয়া সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে জইছ-উল-হিন্দ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে।

আজি সংগঠনটোৱে টেলিগ্ৰাম চাটৰ জৰিয়তে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰাৰ তথ্য আৰক্ষীৰ হাতত আহি পৰিছে।

টেলিগ্ৰাম চাটত সন্ত্ৰাসবাদী সংগঠনটোৱে পুনৰ সংঘটিত কৰিবলগীয়া আন কেতবোৰ কূটাঘাতৰ তথ্যত সন্নিবিষ্ট আছে বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

সংগঠনটোৰ টেলিগ্ৰাম চাটত ভয়ংকৰ কূটাঘাতৰ আগজাননী পোৱাৰ পিছতে মুম্বাইকে ধৰি বহু চহৰৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ।

কালিৰ বিস্ফোৰণটোত এম’নিয়া নাইট্ৰেট ব্যৱহাৰ কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য কালি সন্ধিয়া এক ভয়ংকৰ বোমা বিস্ফোৰণত কঁপি উঠিছিল দেশৰ ৰাজধানী চহৰ দিল্লী।

দিল্লীৰ বিজয় চ’কৰ প্ৰায় সমীপতে থকা ইজৰাইলৰ দূতাবাসৰ ওচৰতে আজি সন্ধিয়া ৫.০৫ বজাত সংঘটিত হৈছিল আইইডি বিস্ফোৰণটো।

বিস্ফোৰণৰ ফলত পাঁচ খন বাহন ক্ষতিগ্ৰস্ত হয় যদিও কোনো লোক হতাহত হোৱা নাছিল।

দিল্লী আৰক্ষীৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে বোমাটো কম প্ৰাৱল্যৰ আছিল আৰু ইয়াক ফুটপাথৰ কাষতে স্থাপন কৰা হৈছিল।

বিস্ফোৰণৰ পিছতে সমগ্ৰ অঞ্চলটোত এনএছজি নিয়োগ কৰা হৈছে।

দিল্লী আৰক্ষীয়ে বিস্ফোৰণৰ ঘটনাটোৰ তদন্তত নামি পৰিছে যদিও  আজি পুৱালৈকে কোনো ৰহস্য ভেদ কৰিবলৈ সক্ষম হোৱা নাছিল।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd