DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দিল্লীত এগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিল মাৰাত্মক ক’ৰ’না ভাইৰাছ

ক’ৰ’নাৰ চিকিৎসা নকৰা তথা ভ্ৰমণ পৰিক্ৰমা নথকা চিকিৎসকৰ দেহত ধৰা পৰিল COVID-19

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2020 12:06 pm
Mediical

প্ৰতিনিধিত্বমূলক চিত্ৰ

9.9k
VIEWS
Share on FacebookShare on Twitter

দিল্লী-এন চি আৰত তীব্ৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ দিল্লীত এগৰাকী চিকিৎসক এই ভাইৰাছত আক্ৰান্ত হৈছে।

কোনো ক’ৰ’না আক্ৰান্তৰ চিকিৎসা নকৰা তথা ভ্ৰমণ পৰিক্ৰমা নথকা চিকিৎসকগৰাকী এই ভাৰাছত আক্ৰান্ত হোৱা খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পূব দিল্লীৰ কেন্সাৰ ইনষ্টিটিউটত কাম কৰা চিকিৎসকগৰাকীৰ বৰ্তমান চিকিৎসা চলি আছে বুলি জানিব পৰা যায়।

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সতেন্দৰ জৈনে কয় যে দিল্লী ষ্টেট কেন্সাৰ ইনষ্টিটিউটৰ এগৰাকী পুৰুষ চিকিৎসকৰ দেহত এই ভাইৰাছবিধ ধৰা পৰিছে। তেওঁ য়ুনাইটেড কিংডমৰ পৰা উভতি অহা ভায়েকৰ ঘৰলৈ গৈছিল।

বৰ্তমান কেন্সাৰ ইনষ্টিটিউটখন আজিৰ বাবে বন্ধ কৰি দিয়া হৈছে আৰু চেনিটাইজ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে দিল্লীৰ মহল্লা ক্লিনিকৰ দুগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছিল ক’ৰ’না ভাইৰাছ।

দেশত যোৱা ২৪ ঘণ্টাত ৰেকৰ্ড সংখ্যক ২২৭ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। এই পৰ্যন্ত ৰাজধানী দিল্লীত ১২১ লোক আক্ৰান্ত হৈছে ক’ৰ’নাত।

Tags: COVID19

Recent News

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd