• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IPL Fight: দিল্লীৰ ওচৰত আত্মসমৰ্পণ চেন্নাইৰ; ধোনীৰ অসহ্য মন্থৰ বেটিঙেই পৰাজয়ৰ কাৰণ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2021 7:32 am
WhatsApp Image 2021-10-05 at 6.57.34 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

IPL Fight: বিশ্ব ক্ৰিকেটত আটাইতকৈ শ্ৰেষ্ঠ ফিনিছাৰ হিচাপে পৰিচিত মহেন্দ্ৰ সিং ধোনীৰ বেটিঙত কিহৰ চাপ? বয়সৰ চাপত হেৰুৱাইছে নেকি সেই অদম্য শক্তি-নিয়ন্ত্ৰণ? সোমবাৰৰ দিল্লীৰ বিৰুদ্ধে খেলা আইপিএলৰ মেচখনত এনে কিছু প্ৰতিফলনে দেখা গ’ল ধোনীৰ বেটিঙত।

ধোনীৰ অসহ্য মন্থৰ বেটিঙৰ বাবেই কাৰ্যত দুৰ্দান্ত বলিং কৰিও জিকিব নোৱাৰিলে চেন্নাই। দিল্লীৰ হাতত ৩ উইকেটত পৰাজিত হ’ল চেন্নাই।

ইয়াৰ ফলত পইন্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হ’ল ঋষভ পন্ট নেতৃত্বাধীন দিল্লী কেপিটেলছ। নিজৰ জন্মদিনত ঋষভে দলৰ পৰা পালে বিজয়ৰ এই বিশেষ উপহাৰ।

Apply Now

টছত জয়লাভ কৰি দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্টে প্ৰথমে বলিঙৰ সিদ্ধান্ত লয়। দিল্লীৰ বলাৰসকলে পন্টৰ সিদ্ধান্তক সঁহাৰি জনাই সৰ্বস্ব উজাৰি দিয়ে।

চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেটিং কৰি ৫উইকেটৰ বিনিময়ত ১৩৬ৰাণ কৰে। চলিত টুৰ্ণামেন্টত দুৰ্দান্ত ফৰ্মত থকা ঋতুৰাজ গাইকোৱাডে মাত্ৰ ১৩ ৰাণ কৰিয়েই পেভলিয়নলৈ ওভতে।

ডু’প্লেছিছে ১০ ৰাণ কৰাৰ বিপৰীতে ৰবীন উথাপ্পাই কৰে ১৯ৰাণ। কিন্তু এক অতি মন্থৰ ইনিংছেৰে সকলোকে হতাশ কৰি তোলে অধিনায়ক ধোনীয়ে।

Also Read: লিডুত সাধাৰণ শুকান মাছৰ ব্যৱসায়ীৰ বাসগৃহত জব্দ ৪৭ লাখ ৫০ হাজাৰ টকা

ধোনীয়ে অন্তিম অভাৰলৈকে ক্ৰীজত থাকিও ২৭টা বল খেলি কৰে মাত্ৰ ১৮ৰাণ। ২৫টা বলৰ অধিক খেলা ইনিংছৰ হিচাপত এয়া আইপিএলৰ ইতিহাসৰ আটাইতকৈ মন্থৰ ইনিংছ।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি আৰম্ভণিত উজুটি খোৱাৰ পাছত দিল্লীৰ ইনিংছৰ গুৰি ধৰে শিখৰ ধাৱানে। দিল্লীৰ প্ৰথম উইকেটৰ পতন ঘটে দলীয় ২৪ৰাণত। পৃথ্বী শ্ব’ আউট হোৱাৰ পাছত ধাৱানে ৩৫টা বলত ৩৯ৰাণৰ এটা ইনিংছ খেলে।

ধাৱানৰ বাহিৰে বাকী বেটছমেনসকলে বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে। এটা সময়ত দিল্লীৰ স্ক’ৰ হয়গৈ ৬ উইকেটৰ বিনিময়ত ৯৯ৰাণ। কিন্তু দিল্লীৰ এই চাপ নিয়ন্ত্ৰণ কৰি হেটমেয়াৰে বিজয়ৰ লক্ষ্যত দলক উপনীত কৰায়।

সংক্ষিপ্ত স্ক’ৰ:

চেন্নাই ছুপাৰ কিংছ: ১৩৬-৫ (ৰায়ডু ৫৫, উথাপ্পা ১৯)
দিল্লী কেপিটেলছ: ১৩৯-৭ (ধাৱান ৩৯, হেটমেয়াৰ ২৮)
দিল্লি ৩ উইকেটত বিজয়ী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd