• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ বিধানসভা নিৰ্বাচনত বাওঁপন্থী দলৰ শোচনীয় অৱস্থা! প্ৰতিদ্বন্দ্বিতা কৰা ৬খন আসনত পালে NOTA-তকৈ কম ভোট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2025 11:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পানীত হাঁহ নচৰা অৱস্থা হৈছে বাওঁপন্থী দলসমূহৰ। দিল্লী বিধানসভাৰ নিৰ্বাচনত ছখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ একত্ৰিত হোৱা বাওঁপন্থী দলসমূহে সকলো আসনতে নোটাতকৈ কম ভোট লাভ কৰিছে।

বাওঁপন্থী দলসমূহৰ ভিতৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)য়ে কৰোৱাল নগৰ আৰু বদৰপুৰৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল, বিকাশপুৰী আৰু পালামৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু চিপিআই(এমএল) লিবাৰেশ্যনে নাৰেলা আৰু কণ্ডলী আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

Apply Now

ছয়খন আসনত বাওঁপন্থী দলসমূহে একেলগে ২১৫৮টা ভোট লাভ কৰাৰ বিপৰীতে নোটাই ৫৬২৭টা ভোট লাভ কৰে।

২০২০ চনৰ দিল্লীৰ সংঘৰ্ষৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অন্যতম অঞ্চল কৰোৱাল নগৰত চিপিআই(এম)য়ে সুপৰিচিত আৰটিআই কৰ্মী তথা অধিবক্তা অশোক আগৰৱালাক প্ৰক্ষেপ কৰিছিল, যিয়ে মাত্ৰ ৪৫৭ টা ভোট লাভ কৰিছিল, আনহাতে ৭০৯ টা ভোট নোটালৈ গৈছিল।ইয়াৰ বিপৰীতে বিজয়ী প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ কপিল মিশ্ৰই ১,০৭,৩৬৭ টা ভোট লাভ কৰে।

বদৰপুৰত চিপিআই(এম)ৰ প্ৰাৰ্থী জগদীশ চান্দে ৩৬৭টা ভোট লাভ কৰাৰ বিপৰীতে বিজয়ী প্ৰাৰ্থী আম আদমি পাৰ্টিৰ ৰাম সিং নেতাজীয়ে ১,১২,৯৯১টা ভোট আৰু ৯১৫টা ভোট লাভ কৰে নোটাই।

বিকাশপুৰীৰ চিপিআই প্ৰাৰ্থী শ্বেজো ভাৰ্গেজে ৫৮০টা ভোট লাভ কৰাৰ বিপৰীতে নোটালৈ ১১২৭টা ভোট যায়। বিজয়ী প্ৰাৰ্থী বিজেপিৰ পংকজ কুমাৰ সিঙে লাভ কৰে ১,০৩,৯৫৫টা ভোট। চিপিআইৰ পালামৰ প্ৰাৰ্থী দিলীপ কুমাৰে ৩২৬টা ভোট লাভ কৰাৰ বিপৰীতে নোটাই ১১১৯টা ভোট লাভ কৰে। বিজয়ী প্ৰাৰ্থী বিজেপিৰ কুলদীপ সোলংকিয়ে লাভ কৰে ৮২,০৪৬টা ভোট।

ইফালে, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) লিবাৰেচনৰ প্ৰাৰ্থীসকলৰ প্ৰদৰ্শনো একেধৰণৰ আছিল।

নৰেলাৰ পৰা চিপিআই(এমএল)ৰ প্ৰাৰ্থী অনিল কুমাৰ সিঙে ৩২৮টা ভোট লাভ কৰাৰ বিপৰীতে নোটাই ৯৮১টা ভোট লাভ কৰে। বিজয়ী প্ৰাৰ্থী বিজেপিৰ ৰাজ কৰণ খাত্ৰীয়ে লাভ কৰে ৮৭,২১৫টা ভোট।

কণ্ডলীত চিপিআই(এমএল)ৰ অমৰজীত প্ৰসাদে মাত্ৰ ১০০টা ভোট লাভ কৰাৰ বিপৰীতে নোটাই ৭৭৬টা আৰু বিজয়ী প্ৰাৰ্থী আপৰ কুলদীপ কুমাৰে ৬১,৭৯২টা ভোট লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd