• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জঘন্য! বিয়াৰ কেইঘণ্টামান পূৰ্বে নিজ পুত্ৰৰ প্ৰাণ ল’লে পিতৃয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2024 4:39 pm
Delhi gym trainer killed by father

নিহত গৌৰৱ সিংঘাল

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন এক জঘন্য হত্যাকাণ্ডই জোকাৰিছে দিল্লী। দক্ষিণ দিল্লীত হত্যাৰ বলি হৈছে এজন ২৯ বৰ্ষীয় জিম ট্ৰেইনাৰ। হত্যাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনৰ খোদ পিতৃৰ বিৰুদ্ধে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পিতৃক।

লক্ষণীয়ভাৱে বিয়াৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে হত্যা কৰা হৈছে যুৱকজনক। প্ৰকাশিত খবৰ অনুসৰি, অতিথিসকলে বিয়াৰ আনুষ্ঠানিক ৰীতিকৰ্ম আৰম্ভ হোৱালৈ অপেক্ষা কৰি আছিল যদিও নিৰুদ্দেশ হৈ আছিল দৰা গৌৰৱ সিংঘাল।

Apply Now

বৃহস্পতিবাৰে পুৱতি নিশা পাৰ্কত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰে গৌৰৱৰ মৃতদেহ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ফোনকল লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়। মৃত গৌৰৱৰ মুখ আৰু বুকুত ১৫ টাকৈ ছুৰীৰ আঘাত প্ৰত্যক্ষ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

তদন্তৰ সময়ত আৰক্ষীয়ে ঘৰৰ ভিতৰত তেজ দেখা পায়। মৃতদেহটো লুকুৱাবলৈ চেষ্টা কৰি টানি নিয়াৰ চিনো প্ৰত্যক্ষ কৰে আৰক্ষীয়ে। ইফালে ঘটনাৰ কিছুসময় পিছতে গৌৰৱৰ পিতৃ ৰংলাল সিংঘাল নিৰুদ্দেশ হোৱাক লৈ সন্দেহৰ সৃষ্টি হয়।

আৰক্ষীয়ে নিৰুদ্দিষ্ট ৰংলাল সিংঘালৰ সন্ধানত অভিযান চলাই জয়পুৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে। তাৰ পিছতে এই হত্যাকাণ্ড সন্দৰ্ভত কিছু তথ্য পোহৰলৈ আহিছে। এগৰাকী উচ্চপ্ৰদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে পিতা-পুত্ৰৰ মাজৰ বিবাদেই এই হত্যাকাণ্ডৰ কাৰণ।

প্ৰিয়ালৰ পছন্দ অনুসাৰে গৌৰৱে বিয়াৰ বাবে আগবাঢ়িছিল যদিও গৌৰৱে আন এগৰাকী যুৱতীৰ সৈতে বিবাহৰ ইচ্ছা কৰিছিল। এই লৈ গৌৰৱে পিতৃ ৰংলাল সিংঘালক অপমান কৰি আহিছিল আৰু সেই খঙতে ৰংলাল সিংঘালে তিনি সহযোগীৰ লগ লাগি হত্যা কৰে গৌৰৱক।

ইতিমধ্যে ৰংলাল সিংঘালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও তেওঁৰ আন তিনিগৰাকী সহযোগী পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে তিনিও অভিযুক্তৰ সন্ধান চলাই থকাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd