• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

খাদ্য সামগ্ৰীৰ ওপৰত নিৰামিষ/আমিষ লেবেল লগোৱাৰ আবেদনৰ সঁহাৰি দিবলৈ কেন্দ্ৰক নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2021 2:50 pm
Delhi HC to Centre
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাদ্য নিৰ্মাতাসকলক তেওঁলোকৰ সামগ্ৰীবোৰৰ ওপৰত নিৰামিষ বা আমিষ বুলি লেবেল লগোৱাৰ বাবে বাধ্যতামূলক কৰা নিয়মবোৰ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ বিচৰা এখন আবেদনৰ তিনি সপ্তাহৰ ভিতৰত সঁহাৰি দিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে।

দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কয়, “সংবিধানৰ অনুচ্ছেদ ১৯(1)(ক)ৰ অধীনত বাক স্বাধীনতাৰ অধিকাৰে প্ৰতিজন ব্যক্তিৰ যিকোনো তথ্য জনাৰ অধিকাৰ প্ৰদান কৰিছে। ইয়াত উত্থাপিত বিষয়বোৰে অনুচ্ছেদ ২১-ৰ অধীনত সংৰক্ষিত জীৱনৰ অধিকাৰৰ ওপৰত প্ৰভাৱ পেলায়। এজন ব্যক্তিয়ে তেওঁৰ বিশ্বাস ৰক্ষা আৰু অনুসৰণ কৰাৰ অধিকাৰ আছে, যিটো সংবিধানৰ অনুচ্ছেদ ২৫-ৰ অধীনতো সুৰক্ষিত।”

“সেয়েহে আমি কৰ্তৃপক্ষক বিষয়বোৰ গুৰুত্বসহকাৰে পৰীক্ষা কৰিবলৈ আৰু তিনি সপ্তাহৰ ভিতৰত আৱেদনটোৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিছো।” ন্যায়ালয়ে কয়।

Apply Now

আৱেদনখনত ৰাম গৌ ৰক্ষা দলে কয় যে ধৰ্মৰ জৰিয়তে ভাৰতত ‘নিৰামিষ ভোজন’ গভীৰভাৱে নিহিত হৈ আছে।

আবেদনটোত যুক্তি দিয়া হৈছিল যে তেওঁলোকে গ্ৰহণ কৰা খাদ্য, প্ৰসাধন সামগ্ৰী আৰু সুগন্ধি, তেওঁলোকে পিন্ধা কাপোৰ বা পোছাক জন্তুৰ শৰীৰৰ পৰা আহৰণ কৰা উপাদান বা অংশ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয় নে নাই জনাটো এজন নাগৰিকৰ মৌলিক অধিকাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

October 31, 2026 11:22 am
ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

October 31, 2026 11:15 am
এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

October 31, 2026 10:23 am
“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

October 31, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

October 31, 2026 11:22 am
ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

October 31, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd