• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

আদালতে কয় যে পিতৃ-মাতৃৰ ওপৰত দুৰ্ব্যৱহাৰ বা অৱহেলাৰ অভিযোগ প্ৰমাণিত হ’লেই সংশ্লিষ্ট অঞ্চলৰ জিলা দণ্ডাধীশে তেওঁলোকৰ সন্তানক সম্পত্তিৰ পৰা উচ্ছেদ কৰাৰ নিৰ্দেশ দিব পাৰিব।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 3, 2026 8:08 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃদ্ধ পিতৃ-মাতৃৰ সম্পত্তি দখল কৰা সন্তান বা উত্তৰাধিকাৰীক বিচাৰিলেই উচ্ছেদ কৰিব পাৰে। দিল্লী উচ্চ ন্যায়ালয়ে দিলে এক ডাঙৰ ৰায়। আদালতে কয় যে পিতৃ-মাতৃৰ ওপৰত দুৰ্ব্যৱহাৰ বা অৱহেলাৰ অভিযোগ প্ৰমাণিত হ’লেই সংশ্লিষ্ট অঞ্চলৰ জিলা দণ্ডাধীশে তেওঁলোকৰ সন্তানক সম্পত্তিৰ পৰা উচ্ছেদ কৰাৰ নিৰ্দেশ দিব পাৰিব।

আদালতে কয় যে এই ক্ষমতা দিল্লী মেইণ্টেনেন্স এণ্ড ৱেলফেয়াৰ অৱ পেৰেণ্টছ এণ্ড ছিনিয়ৰ ছিটিজেনছ ৰুলছ, ২০০৯ৰ অধীনত উপলব্ধ।

দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায় আৰু ন্যায়াধীশ তেজস কাৰিয়াৰ খণ্ড বিচাৰপীঠে স্পষ্টকৈ উল্লেখ কৰিছে যে এই আইন ২০০৯ চনৰ উচ্ছেদ নিয়মৰ পৰিসৰৰ ভিতৰত আছে।

Apply Now

আদালতে পৰ্যবেক্ষণ কৰে যে এই ধাৰাত ৰাজ্য চৰকাৰক জ্যেষ্ঠ নাগৰিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ বাবে এক সমন্বিত পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।

এগৰাকী মহিলাই তেওঁৰ বোৱাৰীয়েকে বলপূৰ্বকভাৱে সম্পত্তিটোত বাস কৰি থকা বুলি অভিযোগ উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। ২০০৯ চনৰ নিয়ম অনুসৰি তেওঁক ঘৰৰ পৰা উচ্ছেদৰ বাবে আবেদন জনাইছিল।

প্ৰথম অৱস্থাত মহকুমাধিপতিৰ তদন্তত হাৰাশাস্তিৰ কোনো নিৰ্দিষ্ট অভিযোগ প্ৰমাণিত হোৱা নাছিল। পিছত জিলা দণ্ডাধীশেও উচ্ছেদৰ আবেদন নাকচ কৰে।

সেই সিদ্ধান্তৰ বিৰুদ্ধে যেতিয়া সংমণ্ডল আয়ুক্তৰ (ডিভিজনেল কমিছনাৰ)ওচৰত আবেদন দাখিল কৰা হয়, তেতিয়া তেওঁ পূৰ্বৰ সিদ্ধান্ত সলনি কৰি মহিলাগৰাকীক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ পিছতে মহিলাগৰাকীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। তেওঁ জ্যেষ্ঠ নাগৰিক আইনৰ অধীনত এনে উচ্ছেদ বৈধ নহয় বুলি দাবী কৰে।

আদালতে কয় যে এজন জ্যেষ্ঠ নাগৰিকৰ শান্তিপূৰ্ণভাৱে জীয়াই থকাৰ অধিকাৰক আওকাণ কৰিব নোৱাৰি।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd