DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ভিড-১৯য়ে কঢ়িয়াই আনিছে আন এক মাৰাত্মক সংক্ৰমণ! দিল্লীৰ হস্পিতালৰ বিস্ফোৰক ভাষ্য, কি?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2021 10:39 am
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

992
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ে ক’ভিড-১৮ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে।

চিকিৎসালয়খনে দাবী কৰিছে যে চিকিৎসকসকলে কৰোণা ভাইৰাচৰ ফলত ‘ব্লেক ফাংগাছ’ তথা মুকৰমাইচিছিছৰ (mucormycisis) সংক্ৰমণত ভোগা বহুতো ৰোগী পোৱা গৈছে।

শ্ৰী গংগাৰাম হস্পিতাল নামৰ চিকিৎসালয়খনৰ এজন জ্যেষ্ঠ ই.ন.টি. চাৰ্জন ডাঃ মনিষ মুঞ্জলে কয় যে তেওঁলোকে ক’ভিড-১৯ৰ ফলত এই মাৰাত্মক ফাংগাল সংক্ৰমণৰ প্ৰমাণ লাভ কৰিছে।

তেওঁ কয় যে যোৱা দুদিনত, এই ফাংগাল ইনফেকচনজনিত ৬টাকৈ কেচ চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছে।

তদুপৰি যোৱা বৰ্ষত এই ফাংগাল সংক্ৰমণৰ ফলত বহু ৰোগীৰ মৃত্যু হোৱা বুলিও তেওঁ জনায়।

ৰোগীসকলে এই সংক্ৰমণৰ ফলত দৃষ্টিশক্তি হেৰুৱাই পেলোৱাৰ উপৰিও নাক আৰু হনু বিকৃত হৈ পৰে বুলি তেওঁ কয়।

চিকিৎসা বিজ্ঞানৰ মতে, এই Mucormycisis এবিধ দুষ্প্ৰাপ্য কিন্তু গুৰুত্বপূৰ্ণ সংক্ৰমণ।

অৱশ্যে চিকিৎসকসকলে কয় যে এই সংক্ৰমণে সেইসকল লোকৰ বাবে কোনো বিশেষ ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰে, যিসকলৰ ৰোগপ্ৰতিৰোধী ক্ষমতা সবল।

চিকিৎসালয়খনৰ ই.এন.টি. ডিপাৰ্টমেণ্টৰ মুৰব্বী ডাঃ অজয় স্বৰূপে কয় যে ক’ভিড-১৯ৰ পৰা আৰোগ্য কৰিবলৈ ৰোগীসকলৰ ওপৰত ব্যৱহাৰ কৰা ষ্টেৰ’ইডে (steroid) এই সংক্ৰমণ তীব্ৰ কৰি তুলিছে।

তেওঁ কয় যে ক’ভিড-১৯ত আক্ৰান্ত হোৱা ডায়েবেটিছ ৰোগীসকল এইক্ষেত্ৰত অধিক ক্ষতিৰ সম্মুখিন হোৱাৰ সম্ভাৱনা থাকে।

তেওঁ কয় যে এই ফাংগাল সংক্ৰমণ ক’ভিড-১৯ৰ পৰা আৰোগ্য হোৱাৰ পাছত সাধাৰণতে দেখা পোৱা যায়।

অৱশ্যে ডায়েবেটিছ, কেঞ্চাৰ আৰু কিডনী অথবা হৃদপিণ্ড বিকল হোৱা ৰোগীসকলৰো এই সংক্ৰমণ হ’ব পাৰে।

Recent News

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd