• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পাশৱিক: দিল্লীত চাৰি বছৰীয়া কন্যা শিশুক ধৰ্ষণ দুৰ্বৃত্তৰ, ধৰ্ষণ কৰি নিশা পেলাই থৈ গ’ল উদ্যানত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2022 11:59 am
Child raped in Delhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত এতিয়া মুঠেই সুৰক্ষিত নহয় নাৰী। কেৱল প্ৰাপ্তবয়স্ক মহিলাই নহয়, দুৰ্বৃত্তৰ বিকৃত যৌন মানসিকতাৰ পৰা সুৰক্ষা নাই কন্যা শিশুৰো। দেশৰ ৰাজধানী দিল্লীতে নিৰাপত্তাৰ আশংকাত ভুগিবলগীয়া হৈছে শিশুৰ পৰা বৃদ্ধা মহিলালৈকে। ৰাজধানী চহৰখনত ইটোৰ পিছত সিটোকৈ ধৰ্ষণৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে শেহতীয়াকৈ এটি চাৰি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণৰ ঘটনা।

যোৱা সপ্তাহৰ বুধবাৰে এক দুৰ্বৃত্তৰ কামনাৰ বলি হ’বলগীয়া হৈছে চাৰি বছৰীয়া শিশুটি। কেৱল সিমানেই নহয়, এই পাশৱিক আতিশয্য চলোৱাৰ পাছত অভিযুক্তই ওৰে ৰাতিটো এখন উদ্যানৰ কাষত পেলাই থৈ যায় শিশুটিক।

Apply Now

দিল্লী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, যোৱা সপ্তাহত নিৰাপত্তাৰক্ষীৰ কেমেৰাৰ ফুটেজত বন্দী হৈছিল অভিযুক্ত ব্যক্তিগৰাকীয়ে শিশুটিক লৈ যোৱাৰ দৃশ্য বন্দী হৈছিল। এই ফুটেজৰ আধাৰত আৰক্ষীয়ে সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

ধৃত অভিযুক্তগৰাকীক অনিল পাঠক বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে ধৃত পাঠকক ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে। ইফালে এই বৰ্বৰ আতিশয্যৰ বলি হোৱা শিশুটিয়ে সম্প্ৰতি চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দৈনিক মজুৰি কৰা এগৰাকী শ্ৰমিকৰ সন্তান শিশুটিয়ে ঘৰৰ বাহিৰত খেলি থকাৰ পৰাই অপহৰণ কৰে অনিল পাঠকে। ইফালে নিৰুদিষ্ট হোৱা সন্তানক বিচাৰি পিতৃ-মাতৃয়ে কাষৰীয়া অঞ্চলত চলাথ কৰে যদিও নিশা পৰ্যন্ত ঘৰলৈ উভতি নহাত আৰক্ষীৰ কাষ চাপে।

আৰক্ষীয়ে শিশুটিৰ সন্ধান উলিওৱাৰ বাবে তিনিটা দল গঠন কৰে আৰু শিশুটিৰ ফটো আন আৰক্ষী থানালৈও প্ৰেৰণ কৰে। গোটেই নিশা অনুসন্ধান অব্যাহত থকাৰ পাছত বৃহস্পতিবাৰে পুৱা ৭ বজাত এখন উদ্যানৰ সমীপত শিশুটিক উদ্ধাৰ কৰা হয়।

শিশুটিক উদ্ধাৰ কৰাৰ পাছতে ততাতৈয়াকৈ চিকিৎসা পৰীক্ষাৰ বাবে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ পিছত চিকিৎসকে শিশুটিক ধৰ্ষণ কৰা বুলি নিশ্চিত কৰে।

ইতিমধ্যে আৰক্ষীয়ে ধৰ্ষণ আৰু অপহৰণৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন (POCSO)ৰ অধীনত গোচৰ ৰুজু কৰিছে। দিল্লী মহিলা আয়োগেও ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd