• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্থায়ী সমিতিৰ নিৰ্বাচনৰ পূৰ্বে মোক্ষম আঘাত! আপ পাৰিষদৰ বিজেপিত যোগদান

আপৰ দুৰ্নীতিত অতিষ্ঠ বুলি ঘোষণা বিজেপিত যোগদান দিয়া সদ্যপ্ৰাক্তন আপ পাৰিষদৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2023 1:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে ২৪ ফেব্ৰুৱাৰীত দিল্লী এমচিডিৰ স্থায়ী সমিতিৰ ৬ জন সদস্যৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। দিল্লী পৌৰ নিগমৰ স্থায়ী সমিতিৰ ছয়জন সদস্যৰ নিৰ্বাচনৰ বাবে ভোটদান আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বেই কেজৰিৱালৰ আম আদমি পাৰ্টিক মোক্ষম আঘাত দিছে এগৰাকী আপ পাৰিষদে। বাৱানাৰ পৰা নিৰ্বাচিত আম আদমি পাৰ্টিৰ কাউন্সিলৰ পৱন ছেহৰাৱাটে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে।

আপৰ পাৰিষদজনে বিজেপিত যোগদান কৰাৰ পাছতে দিল্লীৰ বিজেপি নিজৰ টুইটাৰ হেণ্ডেলত টুইট কৰিছে। “কেজৰিৱালক মোক্ষম আঘাত, আপৰ গুণ্ডাগিৰি আৰু দুৰ্নীতিত অতিষ্ঠ হৈ বাৱানাৰ ৩০ নং ৱাৰ্ডৰ আম আদমী পাৰ্টিৰ কাউন্সিলৰ পৱন ছেহৰাৱাট ডাঙৰীয়াই বিজেপিত যোগদান কৰে।”

ইফালে বিজেপিত যোগদান কৰাৰ পাছতে সংবাদমেল সম্বোধন কৰি বাৱানাৰ আপৰ সদ্যপ্ৰাক্তন কাউন্সিলৰ পৱন ছেহৰাৱাটে কয় যে আপৰ গুণ্ডাগিৰি আৰু দুৰ্নীতিত তেওঁ বিৰক্ত হৈ পৰিছে।

Apply Now

পৱন ছেহৰাৱাটে কয়, “অৰবিন্দ কেজৰিৱালৰ চৰকাৰত যি দুৰ্নীতি সংঘটিত হৈ আহিছে, আপৰ দুৰ্নীতিয়ে আমাক শ্বাসৰুদ্ধ কৰি তুলিছে।”

আপৰ পাৰিষদজনে বিজেপিত যোগ দিয়াৰ পাছতে আপৰ বিধায়ক আতিশী মাৰ্লেনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক মাৰ্লেনাই কয় যে বিজেপিয়ে নিৰ্বাচনত জয়ী নহ’লে, আন এটা দলকো চৰকাৰ গঠন কৰিবলৈ নিদিয়াটো এক নিয়মত পৰিণত হৈছে। আজি এমচিডিত যি কৰা হৈছে আৰু কাইলৈ যিকোনো ৰাজ্যতে বিজেপিয়ে এনে কাম কৰিব।

দিল্লীৰ নতুন মেয়ৰ হিচাপে আপৰ শ্বেলী অ’বেৰয় নিৰ্বাচিত হোৱাৰ পাছত বুধবাৰে সন্ধিয়া স্থায়ী সমিতিৰ নিৰ্বাচন আৰম্ভ হয়। ইয়াৰ পিছতে স্থায়ী সমিতিৰ সদস্য নিৰ্বাচনৰ পূৰ্বে সদনত যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

আপ আৰু বিজেপিৰ সদস্যসকলৰ মাজত পানীৰ বটল, ফল-মূল নিক্ষেপ কৰাৰ লগতে ইজনে সিজনক টনা-আজোৰা কৰা দেখা গৈছিল। দুয়োটা দলৰ কাউন্সিলাৰেও সদনত বেলট বাকচো নিক্ষেপ কৰে যাৰফলত নিৰ্বাচন স্থগিত ৰখা হৈছিল। সেই নিৰ্বাচন আজি শুকুৰবাৰে পুনৰ অনুষ্ঠিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd