• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যুদ্ধংদেহি ৰূপত আপ-বিজেপি সদস্য! ৰণথলীত পৰিণত শপতগ্ৰহণ অনুষ্ঠান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2023 5:01 pm
Delhi MCD
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী পৌৰ নিগমৰ নৱনিৰ্বাচিত কাউন্সিলাৰৰ শপত গ্ৰহণ অনুষ্ঠান আজি পৰিণত হয় ৰণথলীত। দিল্লী পৌৰ নিগম দখল কৰা আপ আৰু বিজেপিৰ নৱনিৰ্বাচিত কাউন্সিলাৰসকলৰ মাজত আজি শপতগ্ৰহণ অনুষ্ঠানতে সৃষ্টি হয় সংঘৰ্ষৰ।

প্ৰথমে প্ৰতিবাদ তথা পৰস্পৰক আক্ৰমণ কৰি কৰা শ্ল’গানেৰে আৰম্ভ হোৱা এই অস্বাভাৱিক পৰিস্থিতি পিছত শাৰীৰিক আক্ৰমণলৈ পৰ্যবসিত হয়। প্ৰকাশিত এক ভিডিঅ’ত আপ আৰু বিজেপিৰ কাউন্সিলাৰসকলে পাৰস্পৰিক আক্ৰমণে শপতগ্ৰহণস্থলী বিশৃংখল কৰি তোলা দেখিবলৈ পোৱা গৈছে।

Apply Now

দিল্লী পৌৰ নিগমৰ চিভিক চেণ্টাৰত প্ৰিজাইডিং অফিচাৰ তথা বিজেপিৰ কাউন্সিলাৰ সত্য শৰ্মাই আপৰ কাউন্সিলাৰৰ পূৰ্বে এলডাৰমেন আৰু বিজেপি সদস্য সকলক শপত গ্ৰহণ কৰাবলৈ আৰম্ভ কৰাৰ পিছতে প্ৰতিবাদ আৰম্ভ হয়। এই কাৰ্যৰ বিৰোধিতা কৰি আপে নিৰ্বাচিত সদস্যৰ পূৰ্বে মনোনীত সদস্যসকলে শপত গ্ৰহণ কৰা কাৰ্য অবৈধ বুলি দাবী কৰে।

আজিৰ পৰা দিল্লী হাউছৰ নৱনিৰ্বাচিত পৌৰ নিগমৰ প্ৰথমখন বৈঠক আৰম্ভ হৈছে। বৈঠকত উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই ১০ গৰাকী এলডাৰমেন নিযুক্তি দিয়াক লৈ দুয়োটা দলৰ কাউন্সিলাৰসকলৰ মাজত সংঘাতৰ সূত্ৰপাত হয়। মেয়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বেই স্থগিত ৰখা হৈছিল দিল্লী পৌৰ নিগম হাউছ।

প্ৰিজাইডিং অফিচাৰ সত্য শৰ্মাই এলডাৰমেন মনোজ কুমাৰক শপত গ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছতে আপৰ বিধায়ক আৰু কাউন্সিলাৰসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। আপ সদস্যসকলে সদনৰ সমুখভাগত একগোট হৈ প্ৰতিবাদী শ্ল’গান আওৰাই প্ৰতিবাদ গঢ়ি তোলে।

এই প্ৰতিবাদত শপতগ্ৰহণ বন্ধ হৈ পৰে। ইয়াৰ পাছতে বিজেপিৰ কাউন্সিলাৰসকলেও নিজ আসনৰ পৰা উঠি আহি আপৰ সদস্যসকলৰ সৈতে বাকবিতণ্ডাত লিপ্ত হয়। পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ অহাৰ পিছতে দুয়োদলৰ কেইবাগৰাকীও সদস্যই শপত গ্ৰহণ স্থলীতে দৈহিক আক্ৰমণো কৰে।

 

#WATCH | Delhi: Ruckus at Civic Center as BJP, AAP councillors clash with each other amid ensuing sloganeering ahead of Delhi Mayor polls. pic.twitter.com/v1HXUxawSC

— ANI (@ANI) January 6, 2023

উল্লেখ্য যে, দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই বৃহস্পতিবাৰে সদনৰ প্ৰথমখন বৈঠকৰ বাবে বিজেপিৰ কাউন্সিলাৰ সত্য শৰ্মাক প্ৰিজাইডিং অফিচাৰ হিচাপে মনোনীত কৰিছিল। ছাক্সেনাৰ এই পদক্ষেপক তীব্ৰ সমালোচনা কৰিছিল আপে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd